পূৰ্বেই ঘোষণা কৰিছিল দুলীয়াজান অধিৱেশনৰ পৰা বিদায়ৰ৷ কিন্তু জিলা প্ৰতিনিধিসকলৰ হেঁচাত বিবেকৰ লগত কথা পাতিবলৈ বিচাৰিছে সময়৷ ভট্টাচাৰ্যৰ বিদায় সম্ভৱনে?