অসম লাইভ২৪ঃ ৰাজ্যত বতৰে লৈছে কালৰূপ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
ৰাজ্যৰ ৫খন জিলাত আজিৰে পৰা ৰেড এলাৰ্ট জাৰি
কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাওঁত ৰেড এলাৰ্ট
বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৪৮ ঘণ্টাৰ বাবে জাৰি কৰিছে ৰেড এলাৰ্ট
আগন্তুক ৫ দিনলৈ ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ
১৯ জুনৰ পৰা ২৩ জুনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা বৰষুণ
ধুবুৰী, মানকাছৰ, গোৱালপাৰা, নলবাৰী, কামৰূপ গ্ৰাম্যত ইয়োল্ল এলাৰ্ট
দৰং, ওদালগুৰি, মৰিগাওঁ, নগাওঁ, পশ্চিম কাৰ্বিআংলং, কাৰ্বি আংলঙতো হ’ব বৰষুণ
গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাটো ইয়েল্লো এলাৰ্ট
মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াতো হ’ব মুষলধাৰ বৰষুণ
ডিমাহাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জতো ইয়েল্লো এলাৰ্ট
আগন্তুক ৫ দিনত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই হ’ব মুষলধাৰ বৰষুণ আৰু ধুমুহা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ