• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমা প্ৰেমিকা নে স্পাই! নেপালৰ হোটেলত থাকোতে লগত কিয় নাছিল সীমাৰ ৪ সন্তান? শচীন-সীমাক লৈ বিপাঙত তদন্তকাৰী দল

সীমা প্ৰেমিকা নে স্পাই! নেপালৰ হোটেলত থাকোতে লগত কিয় নাছিল সীমাৰ ৪ সন্তান? শচীন-সীমাক লৈ বিপাঙত তদন্তকাৰী দল

3 years ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

24 minutes ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

1 hour ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

2 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

4 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

15 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সীমা প্ৰেমিকা নে স্পাই! নেপালৰ হোটেলত থাকোতে লগত কিয় নাছিল সীমাৰ ৪ সন্তান? শচীন-সীমাক লৈ বিপাঙত তদন্তকাৰী দল

editor by editor
July 20, 2023
in জীৱনশৈলী, ভাৰত
0
সীমা প্ৰেমিকা নে স্পাই! নেপালৰ হোটেলত থাকোতে লগত কিয় নাছিল সীমাৰ ৪ সন্তান? শচীন-সীমাক লৈ বিপাঙত তদন্তকাৰী দল
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমিকা নে স্পাই! সীমা হাইদৰক লৈ অব্যাহত আছে ৰহস্য। সীমা-শচীনৰ কাহিনী পোনতে খুবেই ৰোমাণ্টিক আছিল। কিন্তু দিন বাগৰাৰ লগে লগে যেন কথাবোৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। পাবজি খেলৰ জড়িয়তে চিনাকী হৈ প্ৰেমত পৰি ভাৰতত প্ৰৱেশ কৰা সীমাই এতিয়া মূৰৰ কামূৰণি হৈ পৰিছে প্ৰশাসনৰ।

সীমা ISIৰ এজেণ্ট নে পাক গুপ্তচৰ সেই বিষয়টোক লৈয়ো অব্যাহত আছে চৰ্চা। উত্তৰপ্ৰদেশৰ এণ্টি টেৰৰিজম স্কোয়াডে(ATS) জেৰা চলাই আছে সীমাক। ইয়াৰ মাজতেই সীমাক লৈ চাঞ্চল্যকৰ দাবী কৰিছে নেপালৰ এখন হোটেলৰ মালিকে। বুধবাৰে নেপালৰ কাঠমাণ্ডুৰ এখন হোটেলৰ মালিকে দাবী কৰিছে যে হোটেলত সীমা আৰু শচীন একেলগে আহিছিল। ২০৪ নম্বৰ ৰুম ভাড়াত লৈছিল তেওঁলোকে।

নেপালৰ সেই হোটেলখনৰ মালিক গণেশে কয়, ‘উত্তৰপ্ৰদেশৰ বাসিন্দা শচীন আৰু পাকিস্তানী প্ৰেয়সী সীমাই আমাৰ হোটেল ৭-৮ দিনৰ বাবে বুক কৰিছিল। বেছিভাগ সময় তেওঁলোক হোটেলৰ কোঠাতেই আছিল। বাহিৰলৈ ওলালেও তেওঁলোকে লৰালৰিকৈ হোটেলৰ কোঠালৈ উভতি আহিছিল। আমাৰ হোটেল নিশা ৯ৰ পৰা ১০টাৰ ভিতৰত বন্ধ হয়। আমাৰ হোটেল বুক কৰিবলৈ শচীন আহিছিল। তেঁও হোটেল বুক কৰোতে কৈছিল যে তেওঁৰ পত্নীও ৰুমলৈ আহিব।’

হোটেলৰ মালিকে লগতে কয়, ‘সীমা পিছৰ দিনা হোটেললৈ আহে। হোটেল এৰাৰ সময়ত সীমাই পোনতে হোটেলৰ পৰা ওলাই গৈছিল। সেই সময়ত তেওঁৰ সৈতে কোনো সন্তান নাছিল। ইয়াৰোপৰি তাত শচীনে নিজৰ নাম শিৱাংশ বুলিহে কৈছিল। তেওঁলোকে ভাৰতীয় মুদ্ৰাতেই হোটেলৰ পেমেন্ট কৰিছিল।’

উল্লেখ্য যে সীমাৰ ভায়েক পাকিস্তানৰ সেনাবাহিনীত কৰ্মৰত। সীমাই নিজকে পঞ্চম শ্ৰেণীলৈকে পঢ়াশুনা কৰা বুলি দাবী কৰিলেও ইংৰাজী ভাষাত তেওঁৰ বিশেষ দক্ষতা আছে। সীমাক ইংৰাজীৰ বিশেষ কেইটামান শাৰী পঢ়িবলৈ দিছিল তদন্তকাৰী দলটোৱে। সেই বিশেষ শাৰীকেইটা সীমাই সলসলীয়াকৈ পঢ়া বুলি প্ৰকাশ কৰিছে তদন্তকাৰী দলটোৱে। তেওঁ ভোটাৰ আইডি তৈয়াৰ কৰিছিল ২০২২ চনৰ ২০ ছেপ্টেম্বৰতেই। কিয় ইমান দেৰীকৈ তেওঁ ভোটাৰ আইডি তৈয়াৰ কৰিছে সেই বিষয়টোক লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন। সীমাৰ প্ৰতিটো দিশতেই যেন আছে ৰহস্য। সীমাৰ ৰহস্যজনক কথাবোৰে এতিয়া চিন্তাত পেলাইছে দেশৰ সচেতন মহলক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি
জীৱনশৈলী

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
Next Post
গীতাৰ পৰা অনুপ্ৰাণিত হৈয়েই পৰমাণু বোমা তৈয়াৰ কৰিছিল! পৰমাণু বোমাৰ সৃষ্টিকৰ্তা অপেনহাইমাৰে কিয় কৈছিল, ‘এই বোমাই মোকো হত্যা কৰিলে।’

গীতাৰ পৰা অনুপ্ৰাণিত হৈয়েই পৰমাণু বোমা তৈয়াৰ কৰিছিল! পৰমাণু বোমাৰ সৃষ্টিকৰ্তা অপেনহাইমাৰে কিয় কৈছিল, 'এই বোমাই মোকো হত্যা কৰিলে।’

ভালখবৰ, চন্দ্ৰযান-৩ য়ে সফলভাৱে প্ৰৱেশ কৰিলে পৃথিৱীৰ ৪ৰ্থ কক্ষপথত, কেতিয়া চন্দ্ৰৰ কক্ষপথ পাবগৈ চন্দ্ৰযান-৩?

ভালখবৰ, চন্দ্ৰযান-৩ য়ে সফলভাৱে প্ৰৱেশ কৰিলে পৃথিৱীৰ ৪ৰ্থ কক্ষপথত, কেতিয়া চন্দ্ৰৰ কক্ষপথ পাবগৈ চন্দ্ৰযান-৩?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.