• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাস্থ্যমন্ত্ৰী মহোদয়, Attention Please

স্বাস্থ্যমন্ত্ৰী মহোদয়, Attention Please

6 years ago
BCCIৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCIৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

36 seconds ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

30 minutes ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

2 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

2 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

3 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

4 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

5 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

6 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

7 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

7 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 day ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

স্বাস্থ্যমন্ত্ৰী মহোদয়, Attention Please

লকডাউনে ক্ষতি কৰিছে কাৰ?

editor by editor
July 10, 2020
in অসম, লেখা
0
স্বাস্থ্যমন্ত্ৰী মহোদয়, Attention Please
19
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাস্থ্যমন্ত্ৰীলৈ অনুৰোধ, লকডাউন প্ৰত্যাহাৰ কৰক। লকডাউনে ক’ৰোনা ৰোগীৰ সংখ্যা কমাব পৰা নাই। লকডাউনে অসমীয়া সাধাৰণ শ্ৰমজীৱী আৰু কৰ্মজীৱী মানুহখিনিৰ কঁকাল ভাগিছে। ক্ষুদ্ৰ, মজলীয়া, বৃহৎ আটাইবোৰ ব্যবসায়ীৰে অৱস্থা এতিয়া লাওলোৱা । ২৪ মাৰ্চৰ পৰা এই জুলাইলৈকে প্ৰায় চাৰিমাহ দোকান-পোহাৰ সকলো বন্ধ। কামলৈ নগ’লেও চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পাই আছে। অসমৰ ৩.৩০ কোটি মানুহৰ মাজত ৬ লাখমান চৰকাৰী কৰ্মচাৰী। গাইপতি ছজনকৈ পৰিয়ালৰ সদস্য ধৰিলে ৩৬ লাখ মানুহ চৰকাৰৰ দৰমহাৰ দ্বাৰা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে উপকৃত হৈছে। এইসকলক লকডাউনে কোনো ক্ষতি কৰিব পৰা নাই বুলি ধৰিলে অসমৰ বাকী  ২.৯৪  কোটি মানুহ লকডাউনত প্ৰত্যক্ষভাৱে বিধস্ত। চৰকাৰৰ কোনো আঁচনিয়ে লকডাউনত কৰ্মহীন আৰু উপাৰ্জনহীন হৈ পৰা ২.৯৪ কোটি মানুহক উপকৃত কৰিব নোৱাৰে। ৫ কিলোগ্ৰাম চাউল আৰু ১ কিলোগ্ৰাম দালিয়েই জীৱন নহয় ! এই সত্য চৰকাৰৰ প্ৰতিজন লোকে অনুভৱ কৰক। ইয়াৰ বাহিৰেও মানুহৰ জীৱন আছে। চিকিৎসকৰ ওচৰলৈ, হাস্পতাললৈ গ’লে ভেটি-মাটি বেচিবলগীয়া হয়। এনেকুৱা বহু উদাহৰণ আছে। বিচাৰিলে দিবলৈ সাজু। চৰকাৰে চিকিৎসা সুলভ আৰু বিনামূলীয়া কৰা নাই। বহিঃৰাজ্যৰ পৰা অহা লাখ লাখ অসমীয়া শ্ৰমিকক কোনো ৰোজগাৰ চৰকাৰে দিব পৰা নাই। সমস্ত দোকান, বজাৰ, চিনেমা ঘৰ, শ্বপিং মল, হোটেল, ৰেস্তোৰাঁ বন্ধ হৈ থকাত ৫০ লাখৰ অধিক মানুহ কৰ্মহীন, নিবনুৱা, ভিক্ষাৰী হোৱাৰ পথত। স্বাস্থ্যমন্ত্ৰী মহোদয়, আপুনি নিশ্চয় দেখা পাইছে, জি এছ ৰোডৰ দুয়োকাষৰ দোকানবোৰৰ ৭৫% চিৰদিনলৈ বন্ধ হ’বলৈ গৈ আছে। তিনিমাহ বন্ধ হৈ থকা দোকানত কোনো ব্যৱসায় নথকাত মালিকক ভাড়া দিব নোৱাৰি এইবোৰ একেবাৰে বন্ধ কৰি দিয়াৰ চিন্তা-চৰ্চা চলিছে। লকডাউনে ক’ৰোনা সংক্ৰমণ ৰুধিব পৰা নাই। লকডাউনে মানুহক মানসিকভাৱেও হত্যা কৰিছে। গতিকে লকডাউনৰ সলনি চৰকাৰে এতিয়া সকলো ব্যবসায়-বাণিজ্য, শ্বপিং মল, বাৰ, হোটেল, ৰেস্তোৰাঁ, চিনেমা ঘৰ খুলি দিয়াৰ কথা চিন্তা কৰক। পদ পথৰ দোকান, অপৰিষ্কাৰ খাদ্য বিক্ৰী, সাপ্তাহিক বজাৰ আদি ছমাহলৈ বন্ধ ৰাখক। কঠোৰভাৱে সামাজিক দূৰত্ব, ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক কৰক। ইটালীত স্বাভাৱিক জীৱন ঘূৰি আহিছে। লকডাউনত বিধস্ত ভাৰত ক’ৰোনাত আক্ৰান্ত পৃথিৱীৰ প্ৰথম স্থানপ্ৰাপ্ত দেশ হোৱাৰ পথত আগবাঢ়িছে। অসমো মহাৰাষ্ট্ৰ, দিল্লীৰ সৈতে প্ৰথম হোৱাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। লকডাউনত মানুহ অতিষ্ঠ হৈছে। পুনৰ লকডাউন বৃদ্ধি কৰিলে বিদ্ৰোহৰ সম্ভাৱনাও আছে। ৰোজগাৰ, ৰুটী দিব নোৱৰা চৰকাৰে লকডাউনৰে ৰাইজক শাস্তি দিয়া কাৰ্য এৰাই চলাটোৱে মংগল। কিয়নো লকডাউনে ক’ৰোনা ৰুধিব পৰা নাই। লকডাউনৰ সময়ত অৰ্থনীতি শেষ কৰি ক’ৰোনা ভাইৰাছ মেকুৰীৰ পিঠিৰে গৈ বাঘৰ পিঠিত উঠিল।

(জিতুমণি বৰাৰ এই অভিমত নিজা। ইয়াৰ বাবে #Asom_Live_24 দায়ী নহয়।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19himanta biswa sarmajitumoni bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

BCCIৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!
বিনোদন

BCCIৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

May 1, 2026
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

May 1, 2026
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

May 1, 2026
Next Post
বৰষুণক নেওচি কৃষক নেতা #অখিল_গগৈসহ ৪ নেতাৰ মুক্তিৰ দাবীত CPI(M)ৰ প্ৰতিবাদ

বৰষুণক নেওচি কৃষক নেতা #অখিল_গগৈসহ ৪ নেতাৰ মুক্তিৰ দাবীত CPI(M)ৰ প্ৰতিবাদ

লক্-ডাউনে জুৰুলা কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বাছ স্বত্বাধিকাৰীসকলক। এইপৰ্যন্ত চৰকাৰৰ পৰা পোৱা নাই কোনো সাহায্য।

লক্-ডাউনে জুৰুলা কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বাছ স্বত্বাধিকাৰীসকলক। এইপৰ্যন্ত চৰকাৰৰ পৰা পোৱা নাই কোনো সাহায্য।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.