‘অসম সৰ্বশিক্ষা অভিযান মিছন’ পৰিণত হৈছে ‘প্ৰৱঞ্চনা মিছন’ত। কাম আবণ্টনত থলুৱাক প্ৰৱঞ্চনা। যোগানৰ কামত বহিৰাগতক ৰঙা দলিচা। আছুৰ লুৰিণজ্যোতি গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া।