• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয় মোৰ অভিধানত নাইঃ গুৱাহাটীত এই হুংকাৰ কাক দিলে ৰাহুল গান্ধীয়ে….

ভয় মোৰ অভিধানত নাইঃ গুৱাহাটীত এই হুংকাৰ কাক দিলে ৰাহুল গান্ধীয়ে….

2 years ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

23 minutes ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

56 minutes ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

2 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

2 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

3 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

4 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

4 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

5 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

6 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

9 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

10 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভয় মোৰ অভিধানত নাইঃ গুৱাহাটীত এই হুংকাৰ কাক দিলে ৰাহুল গান্ধীয়ে….

editor by editor
January 23, 2024
in অসম
0
ভয় মোৰ অভিধানত নাইঃ গুৱাহাটীত এই হুংকাৰ কাক দিলে ৰাহুল গান্ধীয়ে….
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বহু বাধা-বিঘিনিৰ সত্ত্বেও উত্তৰ-পূবত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই জনতাৰ যথেষ্ট সহাঁৰি বুটলিবলৈ সক্ষম হৈছে। বহু স্থানত ৰাহুল গান্ধীয়ে প্ৰৱেশ বা জনসভা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি লাভ নকৰিলেও যতেই সুবিধা পাইছে, তাতেই জনসভা সম্বোধন কৰিছে কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে।

মঙলবাৰে ৰাহুল গান্ধীয়ে মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ কৰাৰ পথত কেইবাস্থানটো পথতেই জনসভা সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা দেখা গ’ল। কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক জনতাৰ কাষলৈ যাব নোৱাৰাকৈ কুটিল ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে কয় যে,  মই মৰম বিলাবলৈ আহিছো। তাতো ইমান ভয় কৰিবলৈ কি আছে! ভয় মোৰ তেজত নাই, গতিকে কোনোবাই যিমান ষড়যন্ত্ৰ কৰিলেও আমি ভয় নকৰো। মৰমেৰে সকলোৰে সৈতে যুঁজি যাম। আমাৰ এই মৰমৰ দুৱাৰ সকলোৰে বাবে খোলা আছে। মোৰ বিশ্বাস এই মৰমৰে এদিন সকলোৰে মন জয় কৰিবলৈ সক্ষম হম।”

উল্লেখ্য যে, মঙলবাৰে USTMত প্ৰৱেশত বাধা প্ৰদান কৰাৰ পাছতো ৰাহুল গান্ধীয়ে পথৰ কাষতেই এখন জনসভা সম্বোধন কৰি চৰকাৰক তীব্ৰ কটাক্ষ কৰা দেখা গৈছিল। অমিত শ্বাহে ফোন কৰি হিমন্ত বিশ্ব শৰ্মাক হেঁচা প্ৰদান কৰি আছে বুলিও অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰিছিল ৰাহুল গান্ধীয়ে।

মঙলবাৰৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা খানাপাৰা পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গতি কৰিব। এই সময়চোৱাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বহুকেইখন ৰাজ্যিক শীৰ্ষ পৰ্যায়ৰ কংগ্ৰেছ নেতাই সহযোগ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
Next Post
ৰাতি প্ৰেমিকাই লগ কৰিবলৈ মাতিছিল! ঘৰৰ মানুহে গম পাই প্ৰেমিকক দিলে ৰামপিটন, তাৰপিছত…

ৰাতি প্ৰেমিকাই লগ কৰিবলৈ মাতিছিল! ঘৰৰ মানুহে গম পাই প্ৰেমিকক দিলে ৰামপিটন, তাৰপিছত...

ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী!

ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ'ব ৰাহুল গান্ধী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.