• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০ ঘণ্টা ধৰি একোৱেই কোৱা নাই সাৰচ পক্ষীটোৱে, মানুহ দেখিলেই বন্ধু আৰিফৰ বিচাৰি ব্যাকুল হৈ পৰিছে সাৰচ পক্ষীটো…

৪০ ঘণ্টা ধৰি একোৱেই কোৱা নাই সাৰচ পক্ষীটোৱে, মানুহ দেখিলেই বন্ধু আৰিফৰ বিচাৰি ব্যাকুল হৈ পৰিছে সাৰচ পক্ষীটো…

3 years ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

38 minutes ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

2 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

2 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

3 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

4 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

6 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

6 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

7 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

7 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

8 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৪০ ঘণ্টা ধৰি একোৱেই কোৱা নাই সাৰচ পক্ষীটোৱে, মানুহ দেখিলেই বন্ধু আৰিফৰ বিচাৰি ব্যাকুল হৈ পৰিছে সাৰচ পক্ষীটো…

editor by editor
March 28, 2023
in বিবিধ, ভাৰত
0
৪০ ঘণ্টা ধৰি একোৱেই কোৱা নাই সাৰচ পক্ষীটোৱে, মানুহ দেখিলেই বন্ধু আৰিফৰ বিচাৰি ব্যাকুল হৈ পৰিছে সাৰচ পক্ষীটো…
0
SHARES
22.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰপ্ৰদেশৰ ৩০ বছৰীয়া যুৱক মহম্মদ আৰিফ আৰু বিৰল প্ৰজাতিৰ সাৰচ পক্ষীটোক লৈ দেশত অব্যাহত আছে চৰ্চা। আৰিফ আৰু সাৰচৰ বন্ধুত্বৰ কথা হয়তো নজনা মানুহ খুব কমেই ওলাব। ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশতেই সাৰচ পক্ষীটোক আৰিফৰ পৰা কাঢ়ি আনি চিৰিয়াখানাত ৰাখিছে উত্তৰপ্ৰদেশৰ বনবিভাগে। তাৰবিপৰীতে বনৰীয়া পক্ষীটোৰে বন্ধুত্ব গঢ়াৰ বাবেই বিপদত পৰিছে আৰিফ। আৰিফৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। কিন্তু আৰিফেই সাৰচৰ সৈতে বন্ধুত্ব ভাঙি যোৱাৰ বাবে দুখী হৈ পৰিছে তেনে নহয়। পক্ষীটোৱেও আৰিফক বিচাৰি চিৰিয়াখানাত বিষন্ন হৈ পৰিছে।

বিষন্ন হৈ পৰা সাৰচ পক্ষীটোৱে বিগত ৪০ ঘণ্টা ধৰি একো খাদ্যই মুখত দিয়া নাই। কানপুৰৰ এক চিৰিয়াখানাত অনাহাৰে আছে সাৰচটো। সাৰচক সি ভালপোৱা সকলো খাদ্যই চিৰিয়াখানত যোগান ধৰা হৈছে কিন্তু বিষন্ন হৈ পৰা পক্ষীটোৱে একোৱেই মুখত দিব বিচৰা নাই। মানুহৰ সান্নিধ্যত থকা সাৰচে অকলশৰে পিঞ্জৰাবদ্ধ হৈ থাকিয়েই বিষন্ন হৈ পৰা বুলি প্ৰকাশ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই। হয়তো সাৰচটোৱে তাৰ বন্ধু আৰিফকেই বিচাৰিছে। কিন্তু এৰি দিব নোৱাৰে চিৰিয়াখানা কৰ্তৃপক্ষই। কৰ্তৃপক্ষই জনোৱা অনুসৰি ধীৰে ধীৰে সি বন্ধুক পাহৰিব। মানুহৰ সান্নিধ্যৰ কথাবোৰ পাহৰি পেলাব।

উল্লেখ্য যে, ১৯৭২ চনৰ বন আইনৰ অধীনত আৰিফৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। আৰিফে হয়তো জৰিমনাও ভৰিব লগা হ’ব। আৰিফেও ইয়াৰ বিপৰীতে কৈছে, ‘মই পক্ষীটোক হত্যা কৰা নাই। বান্ধিও ৰখা নাই। তাৰ সৈতে মোৰ বন্ধুত্বহে গঢ়ি উঠিছিল। সি মোৰ সৈতেই থাকিবলৈ লৈছিল। যদি মই তাক মৰম কৰাটো ভুল তেন্তে মই দোষী বুলি মানি লোৱাত আপত্তি নাই। মই তাক শুশ্ৰুষাহে কৰিছিলো। তাক মই জংঘললৈ উভতাই পঠিয়াবলৈকো যত্ন কৰিছিলো, তাক এৰি থৈ আহিলেও সি মোৰ সৈতে নিজেই গুচি আহে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!
বিনোদন

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

July 27, 2026
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?
ৰাজনীতি

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

July 27, 2026
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক
বিনোদন

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

July 27, 2026
Next Post
যদি ৰাহুলে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিছে তেন্তে ৰামচন্দ্ৰ আৰু পাণ্ডৱেও পৰিয়ালকেন্দ্ৰিকভাৱেই শাসন কৰিছিলঃ প্ৰিয়ংকা গান্ধী

যদি ৰাহুলে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কৰিছে তেন্তে ৰামচন্দ্ৰ আৰু পাণ্ডৱেও পৰিয়ালকেন্দ্ৰিকভাৱেই শাসন কৰিছিলঃ প্ৰিয়ংকা গান্ধী

‘দিনে ৫ বাৰকৈ নামাজ পঢ়াতেই শান্তি আছে’ ইছলাম ধৰ্ম গ্ৰহণ কৰি এই দাবী হিন্দী ধাৰাবাহিকৰ অভিনেতা ভিভিয়ানৰ

'দিনে ৫ বাৰকৈ নামাজ পঢ়াতেই শান্তি আছে’ ইছলাম ধৰ্ম গ্ৰহণ কৰি এই দাবী হিন্দী ধাৰাবাহিকৰ অভিনেতা ভিভিয়ানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.