• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ মিনিট শ্বাস বন্ধ কৰি ৰাখিব পৰা এগৰাকী অভিনেত্ৰী

৭ মিনিট শ্বাস বন্ধ কৰি ৰাখিব পৰা এগৰাকী অভিনেত্ৰী

6 years ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

28 minutes ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

1 hour ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

3 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

3 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

জাংক ফুডে অনিষ্ট কৰে দাঁতৰ, ভুল কৰিলে অস্ত্ৰোপচাৰৰো সন্মুখীন হ’ব আপুনি!

4 hours ago
Green Tea নে  Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

Green Tea নে Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

4 hours ago
পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কিয় বেলেগ বেলেগ?

পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কিয় বেলেগ বেলেগ?

5 hours ago
মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

5 hours ago
১০ জুলাইৰ পৰা ৪ ৰাশিত ধনৰ বৰষুণ! আঁতৰিব সকলো বিপদ

১০ জুলাইৰ পৰা ৪ ৰাশিত ধনৰ বৰষুণ! আঁতৰিব সকলো বিপদ

7 hours ago
শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

8 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

ভাগ্য উদয় হ’ব আপোনাৰ, সাৱধান হওক ৪ মূল্যাংকৰ লোক!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৭ মিনিট শ্বাস বন্ধ কৰি ৰাখিব পৰা এগৰাকী অভিনেত্ৰী

editor by editor
August 29, 2020
in চিনেমা, বিশ্ব
0
৭ মিনিট শ্বাস বন্ধ কৰি ৰাখিব পৰা এগৰাকী অভিনেত্ৰী
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১৯৯৭ চনত মুক্তি পোৱা টাইটানিক ছবিয়ে সমগ্ৰ বিশ্ববাসীক মুগ্ধ কৰিছিল। যিখন ছবি আজিও সকলোৰে প্ৰিয়। যিখন ছবিয়ে আজিও কন্দুৱায় দর্শকক। টাইটানিকৰ ৰোজ চৰিত্ৰৰ সেই কেট উইন্সলেটৰ এক অসাধাৰণ কাম পোহৰলৈ আহিছে। AvAtarৰ চিৰিজত দেখা যাব এইগৰাকী নায়িকাক। আৰু Avatarৰ জৰিয়তেই খবৰৰ শিৰোনামলৈ আহিছে কেট। কেইমাহ মানৰ পূর্বে এই ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল কেট উইন্সলেটে। শ্বুটিঙত দেখা যায় পানীভর্তি এক বিশাল টেংকীৰ ভিতৰত বহু সময় অতিবাহিত কৰিলে কেটে। পানীৰ তলত শ্বাস বন্ধ কৰি কেনেকৈ কটাব পাৰি, তাৰ প্ৰশিক্ষণ দিয়া হৈছিল কেটক। আৰু ইয়াৰ পাছতে কেটে প্ৰায় ৭ মিনিট ১৪ ছেকেণ্ড শ্বাস বন্ধ কৰি পানীৰ তলত থাকি এক অসাধাৰণ প্ৰতিভা দাঙি ধৰে । AVaTARত কেটক দেখা যাব জলপৰীৰ ৰূপত। এই ছবিখনৰ বাবে কেট উইন্সলেটে কৰি দেখুৱালে এই অসাধাৰণ কাম। Avatar চিৰিজ এখনৰ পাছত এখন মুক্তি পাব। Avatar-2 ২০২২চনৰ ১৬ ডিচেম্বৰত, avatar-3 ২০২৪ চনৰ ২০ ডিচেম্বৰত, avatar-4 ২০২৬ চনৰ ২৮ ডিচেম্বৰত আৰু avatar-5 ২০২৮ চনৰ ২২ ডিচেম্বৰত মুক্তি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24KET WINSLETtaitanic movie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে
বিনোদন

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী
বিশ্ব

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী

June 22, 2026
শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar
বিনোদন

শতাধিক গ’ল স্ক’ৰ কৰি বিখ্যাত হোৱা এগৰাকী GoalKeepar

June 22, 2026
Next Post
বিজেপি আৰু মুছলমানৰ ৰাজনীতি

বিজেপি আৰু মুছলমানৰ ৰাজনীতি

‘সমষ্টিয়ে সমষ্টিয়ে’ত নাওবৈচা সমষ্টি

‘সমষ্টিয়ে সমষ্টিয়ে’ত নাওবৈচা সমষ্টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.