• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰঙালী উদযাপনৰ বাবে অসমলৈ আহি আছে ৰবীনা টেণ্ডন! বেলতলা বিহুৰ বহাগী উৎসৱত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে

ৰঙালী উদযাপনৰ বাবে অসমলৈ আহি আছে ৰবীনা টেণ্ডন! বেলতলা বিহুৰ বহাগী উৎসৱত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে

3 years ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

5 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

5 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

6 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

6 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

7 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

9 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

9 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

10 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

10 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰঙালী উদযাপনৰ বাবে অসমলৈ আহি আছে ৰবীনা টেণ্ডন! বেলতলা বিহুৰ বহাগী উৎসৱত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে

editor by editor
April 1, 2023
in অসম, বিনোদন
0
ৰঙালী উদযাপনৰ বাবে অসমলৈ আহি আছে ৰবীনা টেণ্ডন! বেলতলা বিহুৰ বহাগী উৎসৱত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
এইবাৰ অসমত ৰঙালী উদযাপন কৰিবলৈ আহি আছে অভিনেত্ৰী ৰবীনা টেণ্ডন৷
বেলতলা বিহু কমিটিয়ে আমন্ত্ৰণ জনাইছে বলীউড শিল্পীগৰাকীক৷
শনিবাৰে এই কথা ঘোষণা কৰিছে বেলতলা বিহু উদযাপন সমিতিয়ে।
বলীউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ব ২০২৩ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা।
সুধাকণ্ঠৰ স্মৃতিতেই প্ৰত্যেকবাৰেই এগৰাকীকৈ শিল্পীক ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে বেলতলা বিহুৰ উদযাপন সমিতিয়ে।
২০২৩ বৰ্ষৰ এই বঁটা হিন্দী ছবিজগতৰ অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে।
বেলতলা বিহু উদযাপন সমিতিয়ে জনোৱা অনুসৰি ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বেলতলা ব’হাগী উৎসৱত অংশ ল’ব অভিনেত্ৰী ৰবীনা টেণ্ডনে।
সেই দিনাই তেওঁক এই বঁটা প্ৰদান কৰিব বেলতলা বিহু উদযাপন সমিতিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?
অসম

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

September 17, 2026
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…
বিনোদন

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

September 17, 2026
Next Post
বিহুলৈ কেইটানো দিন! বঙাইগাওঁৰ পাছত এইবাৰ গোৱালপাৰাত নিষিদ্ধ জুবিন

বিহুলৈ কেইটানো দিন! বঙাইগাওঁৰ পাছত এইবাৰ গোৱালপাৰাত নিষিদ্ধ জুবিন

মঙল গ্ৰহলৈ যাবলৈ সাজু অভিনেতা আদিল হুছেইন! টুইটাৰত শ্বেয়াৰ কৰিলে মঙললৈ যাবলৈ NASAৰ পৰা লাভ কৰা বৰ্ডিং পাছ…

মঙল গ্ৰহলৈ যাবলৈ সাজু অভিনেতা আদিল হুছেইন! টুইটাৰত শ্বেয়াৰ কৰিলে মঙললৈ যাবলৈ NASAৰ পৰা লাভ কৰা বৰ্ডিং পাছ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.