• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙল গ্ৰহলৈ যাবলৈ সাজু অভিনেতা আদিল হুছেইন! টুইটাৰত শ্বেয়াৰ কৰিলে মঙললৈ যাবলৈ NASAৰ পৰা লাভ কৰা বৰ্ডিং পাছ…

মঙল গ্ৰহলৈ যাবলৈ সাজু অভিনেতা আদিল হুছেইন! টুইটাৰত শ্বেয়াৰ কৰিলে মঙললৈ যাবলৈ NASAৰ পৰা লাভ কৰা বৰ্ডিং পাছ…

4 years ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

7 minutes ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

40 minutes ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

1 hour ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

2 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

3 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

5 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

5 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

6 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

6 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

6 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

7 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙল গ্ৰহলৈ যাবলৈ সাজু অভিনেতা আদিল হুছেইন! টুইটাৰত শ্বেয়াৰ কৰিলে মঙললৈ যাবলৈ NASAৰ পৰা লাভ কৰা বৰ্ডিং পাছ…

editor by editor
April 2, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
মঙল গ্ৰহলৈ যাবলৈ সাজু অভিনেতা আদিল হুছেইন! টুইটাৰত শ্বেয়াৰ কৰিলে মঙললৈ যাবলৈ NASAৰ পৰা লাভ কৰা বৰ্ডিং পাছ…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙল গ্ৰহত অচিৰেই বসতি স্থাপন কৰিব পাৰিব মানুহে! মহাকাশ বিজ্ঞানীয়ে এই সন্দৰ্ভত চলাই থকা গৱেষণাত বহুসময়ত এই কথা প্ৰকাশো কৰিছে বিজ্ঞানীয়ে। শেহতীয়াভাৱে অভিনেতা আদিল হুছেইনো সাজু হৈছে মঙলগ্ৰহলৈ যাবৰ বাবে। টুইটাৰত NASAৰ এখন বৰ্ডিং পাছৰ ফটো শ্বেয়াৰ কৰিছে অভিনেতাজনে।

বৰ্ডিং পাছৰ ফটো শ্বেয়াৰ কৰি আদিল হুছেইনে লিখিছে, “মোক এইমাত্ৰ @Nasa ই এই বৰ্ডিং পাছখন প্ৰদান কৰিছে। এই মঙল অভিযান ২০২৬ৰ জুলাইত কেপ কানাভাৰেল, ফ্ল’ৰিডাৰ পৰা আৰম্ভ হ’ব। কিন্তু এই ভ্ৰমণ শাৰীৰিক ভ্ৰমণ নহয়।”

I have just been issued this Boarding Pass by @Nasa. This Mars Mission Takes off in July 2026 from Cape Canaveral, Florida to Jezero Crater on Mars. 😁😁😁.. Not travelling Physically though. pic.twitter.com/gFQANa76Tn

— Adil hussain (@_AdilHussain) April 1, 2023

বিগত সময়ছোৱাতো মঙললৈ ১০,৯৩২,২৯৫ জন লোকৰ নাম এখন বিশেষ যানে কঢ়িয়াই নিছিল। এই পদক্ষেপত সফল হোৱাৰ পাছত নাছাই পুনৰ বৰ্ডিং পাছ প্ৰদান কৰিছে। বিশেষ বৰ্ডিং পাছখনত লিখা আছে “BOARDING PASS: FUTURE MARS MISSION” ফ্ল’ৰিডাৰ কেপ কানাভেৰেল অৱতৰণৰ বাবে সাঁজু হোৱা যানখন জেজিৰ’ ক্ৰেটাৰ বুলি প্ৰকাশো কৰিছে আদিল হুছেইনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?
বিনোদন

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

October 8, 2026
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ
অপৰাধ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

October 8, 2026
Next Post
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অসমৰ সংস্কৃতি শিকাতো দৰকাৰঃ অৰবিন্দ কেজৰিৱাল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অসমৰ সংস্কৃতি শিকাতো দৰকাৰঃ অৰবিন্দ কেজৰিৱাল

দিল্লীত চৰকাৰী বিদ্যালয় খুলিছে, অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছেঃ ভগৱন্ত মান

দিল্লীত চৰকাৰী বিদ্যালয় খুলিছে, অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছেঃ ভগৱন্ত মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.