• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

2 years ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

13 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

46 minutes ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

2 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

2 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

3 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

4 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

4 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

5 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

editor by editor
March 31, 2024
in জীৱনশৈলী, লেখা
0
মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১ এপ্ৰিল ২০২৪ সোমবাৰে চন্দ্ৰ দিনজুৰি ধনু ৰাশিতেই থাকিব। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ সপ্তমী তিথি। এই দিনটো শীতলা সপ্তমী নামেৰে পৰিচিত। কাইলৈ সোমবাৰে থাকিব বৰিয়ান যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি কাইলৈ সোমবাৰে সমগ্ৰ দিন ধৰি থাকিব আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ শীতলা সপ্তমী দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি সোমবাৰ হৈছে দেবাদিদেৱ মহাদেৱৰ প্ৰিয় দিন। এই দিনটোত শিৱ শংকৰৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কোনো কোনো ৰাশিৰ জাতকৰ বাবে। কাইলৈ জ্যোতিষ গণনা অনুসৰি ভোলানাথৰ আশীৰ্বাদ লাভ কৰিব এই পাঁচ ৰাশিৰ জাতকে।

মিথুন ৰাশি
কাইলৈ ১ এপ্ৰিলৰ দিনটো অত্যন্ত লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে। আপোনাৰ মনত কাইলৈ পজিটিভ চিন্তা বাঢ়িব। কোনো নতুন প্ৰকল্পত হাত দিবলৈ কাইলৈ দিনটোত আপুনি উদ্যোগ ল’ব পাৰে। নিজৰ চিন্তা আৰু কামেৰে কাইলৈ ডাঙৰ সাফল্য লাভ কৰিব। নিজৰ উপাৰ্জনেৰে কাইলৈ ঘৰৰ মানুহক সুখ দিব পাৰিব। কেৰিয়াৰত উন্নতিৰো যোগ আছে।

কৰ্কট ৰাশি
কাইলৈ দিনটো বেছ লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে। নিজৰ পেছাগত জীৱনত বিশেষ সাফল্য অৰ্জন কৰিব পাৰিব আপুনি। কাইলৈ মহাদেৱৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰতো। নিজৰ ইচ্ছাশক্তিৰ জোৰত কাইলৈ বহু চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব আপুনি। পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স বজাই ৰাখিব পাৰিব কৰ্কট ৰাশিৰ জাতকে।

তুলা ৰাশি
কাইলৈ দিনটো সাফল্যৰে ভৰি থাকিব তুলা ৰাশিৰ জাতকৰ জীৱন। ব্যৱসায়ীয়ে কাইলৈ মোটা অংকৰ আৰ্থিক ধন লাভ কৰিব। বিনিয়োগৰ প্ৰতি আগ্ৰহ বাঢ়িব আপোনাৰ। নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ ল’ব পাৰে। সহকৰ্মীৰ পৰা সহায় লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি
কাইলৈ ৰবিযোগত ধন লাভৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকৰ। কাইলৈ আপুনি স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি লাভ কৰিব পাৰে আপুনি। মহাদেৱৰ আশীৰ্বাদ পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে। বন্ধুৰ পৰা সুখবৰ লাভ কৰিব পাৰে। নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।

মীন ৰাশি
কাইলৈ বৰিয়ান যোগৰ শুভ প্ৰভাৱ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত। কাইলৈ হঠাৎ অৰ্থ লাভ কৰিব পাৰে আপুনি। উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভৰো যোগ আছে। কাৰ্যালয়ত কোনো সুখবৰ পাব পাৰে আপুনি। পুৰণা কোনো অসুখ থাকিলে মুক্তি লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে কাইলৈ অতিৰিক্ত কামৰ দায়িত্ব লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
Next Post
সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.