• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ বছৰীয়া কিশোৰীক এমাহত কে’বাবাৰো গণ ধৰ্ষণ, ৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

১১ বছৰীয়া কিশোৰীক এমাহত কে’বাবাৰো গণ ধৰ্ষণ, ৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১১ বছৰীয়া কিশোৰীক এমাহত কে’বাবাৰো গণ ধৰ্ষণ, ৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
July 29, 2022
in অপৰাধ, ভাৰত
0
১১ বছৰীয়া কিশোৰীক এমাহত কে’বাবাৰো গণ ধৰ্ষণ, ৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
9.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাত এমাহত এগৰাকী ১১ বছৰীয়া কিশোৰীক কেইবাবাৰো দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে ১৯ জুনৰ পৰা ১৫ জুলাইৰ ভিতৰত নাগপুৰ চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বৰ এখন চহৰত এই ঘটনা সংঘটিত হৈছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্তসকল হৈছে ৰোশন কৰগাঁওকাৰ (২৯) আৰু তেওঁৰ বন্ধু গজনন মুৰ্স্কাৰ (৪০), প্ৰেমদাস গাথবন্ধে (৩৮), ৰাকেশ মহাকালকাৰ (২৪), গোবিন্দ নাটে (২২), সৌৰভ ওৰফে কৰণ ৰিথে (২২), নিতেশ ফুকত (৩০), প্ৰদ্যুম্ন কৰুটকাৰ (২২) আৰু নিখিল ওৰফে পিংকু নাৰুলে (২৪)।

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, ‘‘১৯ জুনত কৰগাঁওকাৰে কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল। তেওঁ কিশোৰীগৰাকীক তেওঁৰ ঘৰলৈ লৈ যায়। তাৰ পিছত কিশোৰীগৰাকীয়ে কৰগাঁওকাৰৰ সৈতে তেওঁৰ ঘৰলৈ যায়, য’ত তেওঁ আৰু তেওঁৰ বন্ধু মুৰ্স্কাৰে কিশোৰীগৰাকীক ধৰ্ষণ কৰে।’’

লগতে পঢ়ক শিশুৰ স্বাভাৱিক অভিভাৱক হ’ল মাতৃ, আছে উপাধি নিৰ্ণয়ৰো সম্পূৰ্ণ অধিকাৰ

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তই ছোৱালীজনীক কিছু টকা দিয়াৰ লগতে এই বিষয়ে কাকো নক’বলৈ ভাবুকি প্ৰাদন কৰি আহিছিল। ইয়াৰ কিছুদিন পিছতে কৰগাঁওকাৰৰ ঘৰত আন তিনিজন লোকে নাবালিকাগৰাকীক ধৰ্ষণ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ১৫ জুলাইত মুৰ্স্কাৰ, গাঠবন্ধে আৰু তেওঁৰ দুজন বন্ধুৱে কিশোৰীগৰাকীক ভাবুকি দি পুনৰ ধৰ্ষণ কৰিছিল।

ভাৰতীয় দণ্ডবিধি (আই পি চি)ৰ ধাৰা ৩৭৬(ঘ) (গণ ধৰ্ষণ), ৩৭৬(২)(ন) (একেগৰাকী মহিলাক বাৰে বাৰে ধৰ্ষণ কৰা), ৫০৬ (অপৰাধমূলক ভয়-ভাবুকি) আৰু শিশুক যৌন অপৰাধৰ পৰা ৰক্ষা কৰা (POCSO)ৰ আইনৰ অধীনত অপৰাধ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGang RapePOCSOrape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক

অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক

হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…

হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.