• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

2 years ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

37 minutes ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

50 minutes ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

1 hour ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

10 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

11 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

11 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

12 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

13 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

13 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

14 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

14 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

editor by editor
July 21, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ
0
SHARES
981
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি কি উপহাৰ পালে অনন্ত-ৰাধিকাই, কোনোৱে দিলে ৩০০ কোটিৰ প্ৰাইভেট জেট, কোনোৱে বিদেশত ঘৰ

অনন্ত ৰাধিকাৰ বিয়া বুলি এতিয়াও শাম কটা নাই কৌতুহলৰ। ৫ হাজাৰ কোটি টকা ব্যয়েৰে হোৱা এই বিবাহত অন্যান্য আৰু কেইবা হাজাৰ কোটি টকা খৰচ অন্য বহু লোকৰ । দৰা-কইনাক উপহাৰ দিয়াৰ নামত বহুতেই খৰচ কৰিলে কোটি কোটি টকা। শীৰ্ষত আছে মাৰ্ক জুকাৰবাৰ্গ। পিছ পৰি ৰোৱা নাই ভাৰতীয় তাৰকা সকলো।

প্ৰকাশিত তথ্য অনুসৰি দম্পতীহালক অনন্তৰ পিতৃ-মাতৃ মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে পাম জুমেইৰাত ৩ হাজাৰ বৰ্গফুটৰ এলেকা থকা এটা দামী অট্টালিকা। ঘৰটোৰ মূল্য ৬৪০ কোটি। লগতে ৫.৮২ কোটি টকাৰ এখন বিলাসী বাহন। ইয়াৰ উপৰি ১০৮ কোটিৰ নেকলেচ আৰু ২১.৭ কোটিৰ ব্ৰুচ পিন।

আমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছে অনন্ত আৰু ৰাধিকাক ১১.৫০ কোটি টকাৰ এখন বুগাটি।

জন চিনাই ৩ কোটি টকাৰ লেম্বৰ্গিনি।

ফেচবুক চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে দম্পতীহালক ৩০০ কোটি টকাৰ ব্যক্তিগত জেট এখন উপহাৰ দিয়ে।

বিল গেটছে ৯ কোটিৰ হীৰাৰ আঙুঠিৰ লগতে ১৮০ কোটিৰ বিলায়ী ইয়ট বাহন উপহাৰ দিয়ে অনন্ত ৰাধিকাক।

বলীউডৰ দম্পতী কেটৰিনা কাইফ আৰু বিকি কৌশলে ১৯ লাখ টকাৰ সোণৰ চেইন।

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদবানীয়ে ২৫ লাখ টকীয়া হাতে বোৱা উৰা কাপোৰ এখন উপহাৰ দিয়ে।

বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে উপহাৰ দিলে ৬০ লাখ টকাৰ সোণৰ কলম।

শ্বাহৰুখ খানে দিলে ৪০ কোটি টকীয়া বিলাসী এপাৰ্টমেণ্ট ,তাকো ভাৰতত নহয়, ফ্ৰান্সত আছে এই বিলায়ী ঘৰ।

বচ্চন পৰিয়ালে দিয়ে ৩০ কোটি টকীয়া পান্নাৰ নেকলেচৰ চেট ।

আলীয়া ভাট্ট, ৰনবীৰে ৯ কোটি টকীয়া মাৰ্চিডিজ বাহন।

ছলমান খানে ১৫ কোটি টকীয়া স্পৰ্টছ বাইক।

দীপিকা ৰনবীৰে আম্বানী পৰিয়ালৰ নৱ বিবাহিতহালক দিয়ে ২০ কোটি টকাৰ কাষ্টমাইজড ৰ’লছ ৰয়েছ বাহন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ambani Familyananta ambaniWeddingWedding Gift
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?
জীৱনশৈলী

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

April 10, 2026
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ
জীৱনশৈলী

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

April 10, 2026
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
জীৱনশৈলী

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

April 10, 2026
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
Next Post
দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট আৰু SMS সেৱা

দেশৰ এই ঠাইত হঠাতে ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ'ল ইণ্টাৰনেট আৰু SMS সেৱা

এক অতিকে কৰুণ ঘটনাই জোকাৰি গ’ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

এক অতিকে কৰুণ ঘটনাই জোকাৰি গ'ল ঢকুৱাখনা, একেলগে প্ৰাণ হেৰুৱালে তিনি ১০ বছৰীয়া শিশুৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.