• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুবাৰে বিষ্ণুৰ আশীৰ্বাদ এই ৫ৰাশিৰ ওপৰত! মঙ্গলৰ ৰাশি পৰিবৰ্তনত জীৱনলৈ আহিব ধন সুখ

গুৰুবাৰে বিষ্ণুৰ আশীৰ্বাদ এই ৫ৰাশিৰ ওপৰত! মঙ্গলৰ ৰাশি পৰিবৰ্তনত জীৱনলৈ আহিব ধন সুখ

1 year ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

4 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

5 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

5 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

6 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

6 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

8 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

8 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

9 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰুবাৰে বিষ্ণুৰ আশীৰ্বাদ এই ৫ৰাশিৰ ওপৰত! মঙ্গলৰ ৰাশি পৰিবৰ্তনত জীৱনলৈ আহিব ধন সুখ

গুৰুবাৰে বিষ্ণুৰ আশীৰ্বাদ এই ৫ৰাশিৰ ওপৰত! মঙ্গলৰ ৰাশি পৰিবৰ্তনত জীৱনলৈ আহিব ধন সুখ

editor by editor
April 17, 2025
in জীৱনশৈলী
0
গুৰুবাৰে বিষ্ণুৰ আশীৰ্বাদ এই ৫ৰাশিৰ ওপৰত! মঙ্গলৰ ৰাশি পৰিবৰ্তনত জীৱনলৈ আহিব ধন সুখ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১৭ এপ্ৰিল বৃহস্পতিবাৰে অৰ্থাৎ আজি চতুৰ্থী তিথিত এক কাকতালীয় ঘটনা ঘটিছে৷ বৃহস্পতিবাৰৰ দেৱতা হৈছে ভগৱান বিষ্ণু৷ আজি বৃহস্পতিয়ে শুক্ৰৰ ৰাশি বৃষ ৰাশিত থকাৰ ফলত শুক্ৰৰ সৈতে ৰাশি পৰিবৰ্তনৰ যোগ তৈয়াৰ হৈছে৷ আজি বৃশ্চিক ৰাশিত থকা চন্দ্ৰই বৃহস্পতিৰ সৈতে সংসপ্তক যোগ তৈয়াৰ কৰিব আৰু অন্যহাতে মঙ্গলৰ সৈতে ৰাশি পৰিবৰ্তনৰ যোগ তৈয়াৰ কৰিব৷ ইয়াৰ সৈতে আজি জ্যেষ্ঠ নক্ষত্ৰৰ প্ৰভাৱো থাকিব আৰু মীন ৰাশিত চাৰিটা গ্ৰহ শুক্ৰ, শনি, বুধ আৰু ৰাহু থাকিব৷ যাৰ পলত ছত্ৰুগ্ৰহী যোগো তৈয়াৰ হব৷ যাৰ কাৰণে আজি ভগৱান বিষ্ণুৰ কৃপাত মিথুন, কন্যা, তুলা, ধনু আৰু মকৰ ৰাশিৰ জাতক জাতিকাই অপ্ৰত্যাশিত সুবিধা পাব৷ ইয়াৰ সৈতে আজি বৃহস্পতিবাৰৰ প্ৰতিকাৰসমূহ জানি থওক৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ ব্যৱসায়ত যদি আপোনাৰ কোনো সমস্যা হৈছে তেন্তে আজিয়েই ইয়াৰ সমাধান বিচাৰি পাব৷ আয়ৰ দিশৰ পৰা আজিৰ দিনটো ভাল৷ লাভজনক লেনদেন হ’ব৷ আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব৷ আপুনি আপোনাৰ ঋণ পৰিশোধ কমিবলৈ সক্ষম হ’ব৷ ব্যৱসায় ভাল চলিব৷ আপোনাৰ কৰ্মজীৱনত উন্নতিৰ সুযোগ আহিব৷ পদোন্নতিৰ সম্ভাৱনাও আছে৷ উচ্চপদস্থ কৰ্মকৰ্তাসকলৰ পৰা প্ৰশংসা পাব৷ সমাজ সেৱাৰ সৈতে জড়িত ব্যক্তিৰ খ্যাতি বৃদ্ধি পাব৷ সন্মান বৃদ্ধিৰ বাবে মন সুখী হ’ব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাই আজি বৃহস্পতিবাৰে তেওঁলোকৰ কৰ্মজীৱনত অসাধাৰণ সুবিধা পাব৷ আপোনাৰ বুদ্ধিমত্তা আৰু বাগ্মীতাৰ সহায়ত আপোনাৰ কৰ্মজীৱনত সাফল্য আহিব৷ ভাল সুযোগ পাব৷ আজি ব্যৱসায়ৰ বাবে অনুকূল দিন৷ অংশীদাৰিত্বৰ কাম কৰা ব্যক্তিয়ে অতিৰিক্ত লাভৰ সুযোগ পাব৷ আজি ব্যৱসায়ৰ বাবে অনুকূল দিন হব৷ যিসকলে মোবাইল আদিৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে ভাল দিন৷ বিবাহিত জীৱন সুখৰ হব৷

ধনু ৰাশি

বৃহস্পতিবাৰে ধনু ৰাশিৰ জাতকৰ সুখ বৃদ্ধি পাব৷ ব্যৱসায়ৰ কামত আপুনি ভ্ৰমণ কৰিব পাৰে৷ যাত্ৰা মসৃণ হব৷ লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা পাব৷ সমন্বয়ৰ মাধ্যমেৰে কাম কৰিলে আপুনি উপকৃত হ’ব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ যদি বহুদিন ধৰি বাহন কিনাৰ কথা ভাৱিছে তেন্তে আজি আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷ পৰিয়ালত সুখ শান্তি থাকিব৷ আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সমৰ্থন পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ ব্যৱসায়িক পৰিস্থিতি আপোনাৰ অনুকূল থাকিব৷ যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ধন পাবলগীয়া থাকিও লাভ কৰা নাই তেন্তে উভতাই পোৱাৰ আশা আছে৷ শিক্ষাক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিৰ বাবে আজিৰ দিনটো শুভ৷ পাৰিবাৰিক জীৱন ভালেই থাকিব৷ মানসিকভাৱে আপুনি শক্তিশালী বোধ কৰিব৷ স্বাস্থ্য ভালে থাকিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ৷ আজি আপুনি ব্যৱসায়িক সমস্যাৰ সমাধান পাব৷ আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব৷ ভাল কোনো চুক্তি কৰিব পাৰে৷ আপুনি যদি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে সফলতা লাভ কৰিব৷ ব্যৱসায়ৰ বাবে ঋণ ইত্যাদি বিচাৰিলে পাব পাৰে৷ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ প্ৰতিদান পাব৷ ভাগ্য আপোনাৰ সৈতেই থাকিব৷ আদালত সংক্ৰান্তিয় বিষয়ত স্বস্তি পোৱাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

ঘৰ সলনি কৰিব বক্ৰী ৰাহুৱে, ১৮ মেৰ পৰা উন্নতি খাটাং এই ৪ৰাশিৰ জাতক জাতিকাৰ

মাহিলী ৩০ হাজাৰ উপাৰ্জন থাকিলে আপুনিও ক্ৰয় কৰিব পাৰে টয়োটা গ্লাঞ্জা, EMI কিমান হ’ব?

মাহিলী ৩০ হাজাৰ উপাৰ্জন থাকিলে আপুনিও ক্ৰয় কৰিব পাৰে টয়োটা গ্লাঞ্জা, EMI কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.