• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বৰে পৰা অৰুণোদয় হিতাধিকাৰী নেকি, তেন্তে হেৰুৱাব পাৰে ধন, কি কৰিব লাগিব ধন পাই থাকিবৰ বাবে

পূৰ্বৰে পৰা অৰুণোদয় হিতাধিকাৰী নেকি, তেন্তে হেৰুৱাব পাৰে ধন, কি কৰিব লাগিব ধন পাই থাকিবৰ বাবে

2 years ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

10 minutes ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

41 minutes ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

1 hour ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

1 hour ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

3 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

4 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

4 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

6 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

6 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

7 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

8 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পূৰ্বৰে পৰা অৰুণোদয় হিতাধিকাৰী নেকি, তেন্তে হেৰুৱাব পাৰে ধন, কি কৰিব লাগিব ধন পাই থাকিবৰ বাবে

editor by editor
December 10, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পূৰ্বৰে পৰা অৰুণোদয় হিতাধিকাৰী নেকি, তেন্তে হেৰুৱাব পাৰে ধন, কি কৰিব লাগিব ধন পাই থাকিবৰ বাবে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্বৰে পৰা অৰুণোদয় হিতাধিকাৰী নেকি, তেন্তে হেৰুৱাব পাৰে ধন, কি কৰিব লাগিব ধন পাই থাকিবৰ বাবে

অৰুণোদয় হিতাধিকাৰীক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পূৰ্বে লাভ কৰা হিতাধিকাৰীয়ে হেৰুৱাব পাৰে অৰুণোদয়ৰ ধন।

সেয়ে এই অৰুণোদয়ৰ মাহিলী ধন পাই থাকিবৰ বাবে অৰুণোদয় হিতাধিকাৰী সকলে কৰিব লাগিব এই কাম, যাতে পূৰ্বৰ দৰেই পাই থাকে ধন।

নতুন নাম পঞ্জীয়কৰ লগতে পুৰণি অৰুণোদয় হিতাধিকাৰীসকলেও পুনৰ পঞ্জীয়ন কৰিব লাগিব। তেহে পাই থাকিব ধন।

পঞ্জীয়নৰ বাবে তাৰিখ সদৰি। অহা ১৫ডিচেম্বৰৰ পৰা আৰম্ভ হব নাম পঞ্জীয়নৰ দিন। ১৫ৰ পৰা আৰম্ভ হৈ ২৮ ডিচেম্বৰলৈ থাকিব সময়। এই কেইটা দিনৰ ভিতৰত নাম পঞ্জীয়ন কৰাতো বাঞ্চনীয়।

নতুন হিতাধিকাৰীৰ লগতে পুৰণা হিতাধিকাৰীয়েও কৰিব লাগিব পঞ্জীয়ন। গাঁৱে-গাঁৱে অনুষ্ঠিত হ’ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাচনি সভা।

অনুষ্ঠিত সভাত উপস্থিত থাকি নাম অন্তৰ্ভূক্ত কৰাটো বাঞ্চনীয়। এই কেইটা দিনৰ ভিতৰতে নাম অন্তৰ্ভূক্ত নকৰিলে হেৰুৱাব অৰুণোদয়ৰ ধন। গাঁও সভাত উপস্থিত নাথাকিলেও কৰ্তন হ’ব অৰুণোদয়ৰ ধন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam Govt SchemeAssam-Govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

August 6, 2026
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি
অসম

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

August 6, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

August 6, 2026
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
Next Post
এখন বিশেষ বিবাহ, যি বিবাহে গঢ়িলে বিশ্ব অভিলেখ, বিবাহখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব

এখন বিশেষ বিবাহ, যি বিবাহে গঢ়িলে বিশ্ব অভিলেখ, বিবাহখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব

কল্কি অৱতাৰক সহায় কৰিবলৈ কলিযুগত আকৌ আহিব বজৰংবলী, কৰিব ধৰ্মৰক্ষা

কল্কি অৱতাৰক সহায় কৰিবলৈ কলিযুগত আকৌ আহিব বজৰংবলী, কৰিব ধৰ্মৰক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.