• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি

কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি

2 years ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

19 minutes ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

46 minutes ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

1 hour ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

2 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

4 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

4 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

5 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

6 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

6 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি

editor by editor
August 7, 2024 - Updated on August 10, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি

কেনে আছে বিনেশ, বৰ্তমানে হাস্পতালত ভৰ্তি। স্বাস্থ্যৰ অৱনতি। কালিতেই জানিছিল ওজন অধিক আছে। বিনেশৰ লগতে গোটেই গ্ৰুপটোৱেই জানিছিল অধিক ওজনৰ কথা। গোটেই নিশাটো চেষ্টা ওজন কমোৱাৰ বাবে চেষ্টা। খাদ্য দুৰৰ কথা, পানীয়ো গ্ৰহণ নকৰে বিনেশে।

কিন্তু সকলো বিফল। বহু চেষ্টা কৰিয়ো ৫২ ৰ পৰা ৫০ হব নোৱাৰে, ১০০ গ্ৰাম অধিক থাকেই বিনেশৰ। যাৰ বাবে সমগ্ৰ দেশবাসীৰ স্বৰ্ণ পদকৰ আশা নিৰ্বাপিত হয়।

এনে এবাৰ ভাৰত্তোলক মীৰা বাই ছানুৰ সৈতেও হৈছিল। সেইবাৰ মীৰা বাইয়ে মাথো ৪ ঘণ্টাৰ ভিতৰতে ২ কেজি হ্ৰাস কৰিছিল। খেলত মীৰা বাইয়ে ৪৮ কেজি শাখাত খেলিব বিচাৰিছিল, পাছে মীৰাৰ ওজন আছিল ৫০। সেয়ে মাথো ৪ ঘণ্টাতে হ্ৰাস কৰিছিল ২ কেজি।

ইয়াৰ বাবে মীৰা বাই ছানুই এঘণ্টা ধৰি স্কিপিং কৰিছিল। যাৰ ফলত অত্যাধিক ঘাম ওলাই ওজন হ্ৰাস পাইছিল।

পাছে ই কেনেকৈ সম্ভৱ , ইমান কম সময়ত ওজন হ্ৰাস কৰাটো। তাকো খেলুৱৈ সকলে বিশেষকৈ কেনেদৰে পাৰে এনেদৰে কম সময়ত ওজন হ্ৰাস কৰিবলৈ।

এই ক্ষেত্ৰত খেলুৱৈ সকলে এক বিশে প্ৰকাৰৰ চ্যুট পৰিধান কৰি ৱৰ্কআউট কৰে। যি সাজ পৰিধান কৰি ৱৰ্কআউট কৰিলে শৰীৰৰ পৰা অত্যাধিক ঘাম বাহিৰ হয়। এইদৰে শৰীৰৰ পৰা ৱাটাৰ ৰিটেন্সন হ্ৰাস কৰি ওজন কমোৱা হয়। ই কেৱল সাময়িক ভাৱে খেলুৱৈ সকলক ওজন জোখাৰ ক্ষেত্ৰত সহায় কৰে। পানী সেৱন কৰিলে ই পুনৰ পূৰ্বৰ অৱস্থা পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MerikomolympicOlympic 2024Peris OlympicVinesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

April 13, 2026
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
Next Post
কোহলীয়ে কি ক’লে ৰিয়ান সন্দৰ্ভত, দেশ জুৰি চৰ্চিত

কোহলীয়ে কি ক'লে ৰিয়ান সন্দৰ্ভত, দেশ জুৰি চৰ্চিত

চীনৰ পাছতে বাংলাদেশ বিশ্বৰ দ্বিতীয় বৃহত্তম বস্ত্ৰ উদ্যোগৰ ঠাই, কিদৰে বানপানীয়ে ধুই থকা দেশ ইমান সফল

চীনৰ পাছতে বাংলাদেশ বিশ্বৰ দ্বিতীয় বৃহত্তম বস্ত্ৰ উদ্যোগৰ ঠাই, কিদৰে বানপানীয়ে ধুই থকা দেশ ইমান সফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.