• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী

সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী

1 year ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

3 minutes ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

37 minutes ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

2 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

10 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

10 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

11 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

12 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

12 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

14 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

14 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী

editor by editor
February 26, 2025
in বিবিধ, ভাৰত
0
সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী

আঘাতেৰে ভৰ্তি মুখমণ্ডল, চকুৰ পৰা নিৰ্গত তেজ, সৰ্ব শৰীৰত আচোৰৰ চিন। নিজৰেই আত্মীয়ৰ হাতত সৰ্বচ্চ হেৰুওৱা ৩ বছৰীয়া শিশুৰ এই অতিকে দুৰৱস্থা। বৰ্তমানে জীৱন-মৃত্যুৰে যুঁজ দি আছে হাস্পতালৰ আই চি ইউত।

এই ঘটনা তামিলনাডুৰ। নিজৰেই আত্মীয় ককায়েকৰ হাতত ধৰ্ষণৰ বলি ৩ বছৰীয়া কনমানি। আৰক্ষীয়ো শিশুৰ মুখেৰে ঘটনাৰ বৰ্ণনা শুনি শিয়ৰি উঠিছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে সেই পাষণ্ড ককায়েকক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, অংগনবাড়ীৰ পৰা অকলে ঘৰলৈ বুলি উভতি আহি আছিল শিশুটি। ঘৰৰ একেবাৰে কাষত হোৱা বাবে অকলেই আহিব পাৰে শিশুটি। কিন্তু বাটতে সম্পৰ্কীয় ১৭ বছৰীয়া কিশোৰ ককায়েকে পাই চকলেটৰ লোভ দি কিছু নিলগৰ জংঘললৈ লৈ যায় অপকৰ্ম কৰিবলৈ ধৰে ৩ বছৰীয়া ভগ্নীৰ ওপৰত।

অসয্য যন্ত্ৰনাত ছটফটাই বাৰে বাৰে এৰি দিবলৈ অনুৰোধ কৰাত পাষণ্ড ককায়েকে শিলেৰে মুখত কেইবাবাৰো আঘাত কৰে। যাৰ ফলত অৱশেষত অচেতন হৈ পৰাত মৃত্যু হোৱা বুলি সেই স্থানতেই কনমানিক এৰি পলায়ন কৰে পাষণ্ডই।

পাছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত অচেতন অৱস্থাত উদ্ধাৰ কৰে শিশুটিক। শিলৰ আঘাতৰ বাবে মুখমণ্ডল আহত হোৱাৰ উপৰি চকুৰ পৰা বৈ থাকে তেজ। ততাতৈয়াকৈ শিশুটিক হাস্পতাললৈ লৈ যায়।

কিছু চিকিৎসাৰ পাছত সংজ্ঞা অহাত পৰিয়াল আৰু আৰক্ষীৰ আগত সবিস্তাৰে বাখ্যা কৰে সম্পৰ্কীয় ককায়েকৰ কুকৰ্ম কাণ্ড শুনি পৰিয়াল আচৰিত হোৱাৰ লগতে আৰক্ষীয়ো শিয়ৰি উঠে। লগে লগে আৰক্ষীয়ে পৰিয়ালৰ গোচৰৰ ভিত্তিত আটক কৰে ১৭ বছৰীয়া কিশোৰ পাষণ্ডক। আনহাতে হাস্পতালৰ আই চি ইউত শিশুটি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rape casetamilnaduTamilnadu rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
বিনোদন

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
Next Post
গুগলে বন্ধ কৰিব জি-মেইলৰ সুৰক্ষা চাৰ্ভিছ, কাৰণ…

গুগলে বন্ধ কৰিব জি-মেইলৰ সুৰক্ষা চাৰ্ভিছ, কাৰণ...

মুছলমান হোৱাৰ পিছতো শিৱৰ পৰম ভক্ত এই ষ্টাৰ কিড, দৰ্শন কৰিছে কেইবাটাও জ্যোতিৰ্লিংগ

মুছলমান হোৱাৰ পিছতো শিৱৰ পৰম ভক্ত এই ষ্টাৰ কিড, দৰ্শন কৰিছে কেইবাটাও জ্যোতিৰ্লিংগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.