• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

4 years ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

1 hour ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

3 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

4 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

5 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

6 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

6 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

7 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

8 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

16 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

editor by editor
September 15, 2022
in অপৰাধ, ভাৰত
0
দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশৰ অন্য নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে৷ দুই কিশোৰী ভগ্নীক ধৰ্ষণৰ পিছত হত্যা কৰি গছত মৃতদেহ ওলমাই থোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীৰ নিঘাছন আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত যোৱা বুধবাৰে ১৫ আৰু ১৭ বছৰীয়া দুই নাবালিকা ভগ্নীৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ উদ্ধাৰ পাছতে আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনত অতি ভয়ংকৰ তথ্য ফাদিল হৈছে৷ প্ৰথমে কিশোৰী দুগৰাকীক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰা হয় আৰু ইয়াৰ পাছতে হত্যাকাণ্ডৰ প্ৰমাণ নষ্টৰ কৰাৰ বাবে দুয়োগৰাকীৰে মৃতদেহ গছৰ বান্ধি ওলমাই ৰখা হয়৷

লগতে পঢ়ক গৈছিল শুকুৰবাৰে মছজিদত বোমা দিবলৈ, কিন্তু গ্ৰহণ কৰিলে ইছলাম৷ কাৰণ জানিলে আপুনিও বিস্মিত হ’ব…

ইতিমধ্যে আৰক্ষীয়ে এই ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত লালপুৰ নামৰ গাঁৱৰ ৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে৷ ইয়াৰ দুগৰাকীয়ে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২, ৩০৬ আৰু POCO আইনৰ অধীনত গোচৰ ৰুজু কৰিছে৷

ইফালে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰথমে সংবাদ মেল সম্বোধন কৰি দাবী কৰিছিল যে দুই কিশোৰীৰ সৈতে অভিযুক্তসকলৰ পূৰ্বৰে পৰা বন্ধুত্ব আছিল৷

আনহাতে মৃত দুই কন্যাৰ মাতৃয়ে প্ৰকাশ কৰিছে যে গাঁৱৰ এজন যুৱকৰ সৈতে তিনিজন অচিনাক্ত যুৱকে তেওঁলোকৰ ঘৰলৈ আহি মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ভয় ভিতি দেখুওৱায় দুই কন্যাক জোৰজবৰদস্তি মটৰ চাইকেলত উঠাই লৈ যায়৷ মাতৃয়ে তেওঁলোকক বাধা প্ৰদান কৰিবলৈ যাওতে তেওঁক যুৱককেইজনে লাথ মাৰি মাটিত বাগৰাই থৈ যায়৷

লগতে পঢ়ক বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?

যুৱককেইজনে দুই ভগ্নীক গাঁৱৰ উত্তৰ দিশলৈ নি পথাৰৰ মাজত ৰ্ষণ কৰি হত্যা কৰে বুলিও মাতৃয়ে প্ৰকাশ কৰিছে৷ দুয়ো ঘৰলৈ ওভতি নহাত দুই ভগ্নীৰ পৰিয়ালে দুয়োকে বহু বিচাৰ খোচাৰ কৰাৰ পাছতে পথাৰৰ মাজৰ এজোপা গছত ওলমি থকা অৱস্থাত মৃতদেহ দুটা প্ৰত্যক্ষ কৰে৷ পৰিয়ালৰ লোকে দাবী কৰিছে যে ধৰ্ষণ কৰাৰ পাছত দুয়োগৰাকীকে হত্যা কৰি গছত ওলমাই থোৱা হৈছিল৷

নাবালিকা ভগ্নীদ্বয়ৰ মাতৃৰ এজাহাৰৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোচৰ ৰুজু কৰে যদিও পৰিয়ালৰ লোকে আৰক্ষীক মৃতদেহকেইটা বলপূৰ্বকভাৱে লৈ যোৱাৰ অভিযোগ উত্থাপন কৰাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

এই ঘটনাক লৈ আৰক্ষী আৰু গাওঁবাসীৰ মাজতো তীব্ৰ সংঘৰ্ষৰো সূত্ৰপাত হয়। ক্ষুব্ধ গাওঁবাসীয়েও পথ অৱৰোধ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom liver 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?
ভাৰত

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
Next Post
‘হাই গৰ্মী’ৰ শৰীৰত ইডিয়ে ঢালিব নেকি ঠাণ্ডা পানী…!

'হাই গৰ্মী’ৰ শৰীৰত ইডিয়ে ঢালিব নেকি ঠাণ্ডা পানী...!

লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?

লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.