• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?

লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?

4 years ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

43 minutes ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

1 hour ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

4 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

5 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

19 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

19 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

20 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

20 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

21 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?

editor by editor
September 15, 2022
in অপৰাধ, ভাৰত
0
লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু পৰিচয় দাঙি ধৰি এগৰাকী হিন্দু মহিলাক বিয়া কৰোৱাৰ অভিযোগ তুলি এজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে নিজ পত্নীয়ে৷ লাভ জেহাদ বুলি অভিযোগ উত্থাপন কৰা ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত৷

বুধবাৰে মেৰাল আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি হিন্দু পৰিচয় দি হিন্দু যুৱতীক বিয়া কৰোৱাৰ অভিযোগ তুলি ভুক্তভোগী পূজা সিঙে স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে।

আৰক্ষী বিষয়াজনে সদৰী কৰা মতে পত্নীৰ এজাহাৰৰ ভিত্তিত মেৰাল থানা এলেকাৰ অন্তৰ্গত এখন গাঁৱত বাস কৰা আফতাব আনছাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বিবাহৰ পূৰ্বে আফতাব আনছাৰীয়ে নিজৰ ধৰ্মীয় পৰিচয় গোপনে ৰাখি নিজকে হিন্দু পৰিচয় দি বিবাহপাশত আৱদ্ধ হৈছিল৷

লগতে পঢ়ক দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

মেৰালৰ চক্ৰ আৰক্ষী পৰিদৰ্শক এ কে চাহুৱে জনোৱা মতে, এতিয়া দম্পতীহালৰ এগৰাকী কন্যা সন্তান আছে। পূজা সিঙে দাখিল কৰা এফআইআৰ অনুসৰি উত্তৰ প্ৰদেশৰ চোপান থানা এলেকাত অৱস্থিত গাঁওখনত আফতাবৰ এখন ঔষধৰ দোকান আছিল, য’ত দুয়োজনৰ প্ৰথমবাৰ বাবে সাক্ষাৎ ঘটিছিল।

এজাহাৰত উল্লেখ কৰা অনুসৰি আফতাবে নিজৰ নাম পুষেন্দ্ৰ সিং বুলি কৈ নিজকে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ ৰাজপুত সম্প্ৰদায়ৰ দাবী কৰিছিল। পূজা সিঙৰ মতে ঘৰৰ পৰা আফতাবৰ সৈতে পলায়ন কৰি মন্দিৰত বিয়া কৰাই মিৰ্জাপুৰৰ ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰে। মিৰ্জাপুৰত ভাড়াঘৰত থকাৰ বাবেই স্বামীৰ প্ৰকৃত পৰিচয় ফাদিল হোৱা নাছিল৷

অভিযোগ অনুসৰি, অলপতে স্বামীৰ আইতাকৰ মৃত্যু হোৱাত পূজা সিঙে স্বামীৰ সৈতে স্বামীৰ পৈতৃক গাঁৱলৈ যাওঁতেহে স্বামীৰ প্ৰকৃত পৰিচয় ফাদিল হয়৷ স্বামীৰ পৈতৃক গৃহত উপস্থিত হোৱাৰ পাছতে পত্নীয়ে স্বামীৰ প্ৰকৃত নাম আফতাব আনছাৰী বুলি জানিব পাৰে৷

লগতে পঢ়ক সুৰাই আমুৱাইছে নেকি সুৰাপায়ীক! দিয়া হৈছে বাম্পাৰ অফাৰ এবটল কিনিলে এবটল ফ্ৰী

এজাহাৰত উল্লেখ কৰা মতে আইতাকৰ কামকাজ কৰি স্বামীৰ পৈতৃক গৃহৰ পৰা মিৰ্জাপুৰলৈ ওভতি অহাৰ পাছতে পূজা সিঙে এটি কন্যা সন্তান জন্ম দিয়ে৷ ইয়াৰ পাছতে আফতাব এদিন হঠাতে পত্নীসহ কন্যা সন্তানক এৰি নিৰুদ্দেশ হয়।

পূজা সিঙে অভিযোগ কৰা মতে ইয়াৰ পাছতে স্বামীৰ সন্ধানত আফতাবৰ পৈতৃক গৃহলৈ পুনৰ আহে যদিও আফতাবৰ পৰিয়ালৰ লোকে তেওঁ আক্ৰমণ কৰি ঘৰত সোমাবলৈ নিদিয়ে।

ইফালে কিছুদিনৰ পৰা স্বামী আৰু শহুৰেকে ফোনযোগে পূজা সিঙক ভাবুকি দি থকাৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে মঙলবাৰে আফতাব আনছাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamlove jihad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
Next Post
উদ্দাম যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ সহজে নিৰ্গমন হয়! গৱেষণকৰ দাবী

উদ্দাম যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ সহজে নিৰ্গমন হয়! গৱেষণকৰ দাবী

এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.