• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

4 years ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

22 minutes ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

1 hour ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

2 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

2 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

4 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

4 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

6 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

7 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

7 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

8 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

editor by editor
September 15, 2022
in বিবিধ, বিশ্ব
0
এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশৰ দেওনা পাৰ কৰা দুই তেজাল যুৱক-যুৱতী তেতিয়া পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী৷ একলেগে অধ্যয়ন কৰা দুই শিক্ষাৰ্থীয়ে প্ৰায়ে একেলগে থাকে৷ একেলগে ঘূৰা-ফুৰা কৰে, ৰেষ্টুৰেণ্টত একলগে খোৱা বোৱাও কৰে৷ দুয়োৰে মাজত চলে অনৰ্গল কথা বতৰা৷

ইয়াৰ মাজতে ক’ব নোৱাৰাকৈয়ে দুয়োৰে মাজত জাগি উঠে প্ৰেমৰ অনুভূতি৷ সেই প্ৰেমৰ অনুভূতিক প্ৰকাশ কৰাৰ পৰা বিৰত নাথাকিল বিশৰ দেওনা পাৰ কৰা সেই তেজোদ্দীপ যুৱকজনে৷ অন্তৰৰ প্ৰৱল অনুৰাগেৰে, আৱেগেৰে প্ৰেয়সীলৈ লিখিলে প্ৰেমৰ চিঠি৷ হৃদয়ৰ সমস্ত আকুলতাৰে প্ৰেয়সীলৈ প্ৰেম পত্ৰ লিখা সেই যুৱকজনেই হ’ল এল’ন মাস্ক, যি বৰ্তমান বিশ্বৰে আটাইতকৈ ধনাঢ্য ব্যক্তি৷ বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এল’ন মাস্কক কোনোবাই অতিক্ৰম কৰাটো বাদেই স্পৰ্শ কৰাটো সহজ হৈ থকা নাই৷ কাৰণ বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিগৰাকী আৰু এল’ন মাস্কৰ সম্পত্তিৰ পৰিমাণৰ ব্যৱধান শ বিলিয়নৰো অধিক৷

লগতে পঢ়ক লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?

এই এল’ন মাস্কৰে প্ৰাক্তন প্ৰেয়সী জেনিফাৰ গ্বোৱেনে এসময়ৰ প্ৰেমিক মাস্কে দিয়া প্ৰেমৰ চিঠি আৰু বিশেষ উপহাৰ নিলাম কৰিছে৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে জেনিফাৰে প্ৰায় ২৮ বছৰৰ পিছত প্ৰাক্তন প্ৰেমিক এল’ন মাস্কৰ প্ৰেমৰ চিঠি নিলাম কৰিছে৷

প্ৰকাশিত খবৰৰ মতে ১৯৯৪ চনলৈকে এল’ন আৰু জেনিফাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল৷ তেতিয়া দুয়ো পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধ্যনৰত শিক্ষাৰ্থী আছিল৷ এল’নে সেই সময়ত জেনিফাৰক কেইবাখনো প্ৰেম পত্ৰ আৰু বহু উপহাৰ দিছিল। ইমান বছৰ ধৰি জেনিফাৰে প্ৰাক্তন প্ৰেমিক এল’নৰ সেই সকলোবোৰৰ চিঠি আৰু উপহাৰ অতি যত্নৰে ৰাখি থৈছিল।

লগতে পঢ়ক ‘হাই গৰ্মী’ৰ শৰীৰত ইডিয়ে ঢালিব নেকি ঠাণ্ডা পানী…!

কিন্তু জেনিফাৰে ইয়াৰ পাছত প্ৰাক্তন প্ৰেমিকৰ এই চিঠি আৰু উপহাৰসমূহ নিজৰ লগত ৰাখিবলৈ নিবিচাৰিলে৷ সেয়ে তেওঁ এল’নৰ জন্মদিনৰ কাৰ্ড, চিঠি আৰু তেওঁলোকৰ ফ’টোসমূহৰ পৰা আৰম্ভ কৰি সোণৰ লকেটলৈকে সকলো নিলাম কৰিলে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি জেনিফাৰৰ জন্মদিনত লিখা এল’নৰ প্ৰেমপত্ৰখনৰ নিলামত সৰ্বাধিক দৰ উঠিছিল। এল’নৰ চিঠিখনে নিলামত লাভ কৰিছিল ১২ হাজাৰ ডলাৰতকৈ অধিক। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৯ লাখ ৬২ হাজাৰ টকা। আৰু ফ’টোবোৰৰো দৰ লাখলৈকে উঠিছিল। ইফালে সোণৰ লকেটটোৰ দৰ উঠিছিল প্ৰায় ৭ লাখ টকালৈ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamelon muskelon musk and jennifer gwynnejennifer gwynne
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?
জীৱনশৈলী

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

October 15, 2026
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত
বিনোদন

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

October 15, 2026
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
Next Post
‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?

‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?

বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?

বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.