• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্দাম যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ সহজে নিৰ্গমন হয়! গৱেষণকৰ দাবী

উদ্দাম যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ সহজে নিৰ্গমন হয়! গৱেষণকৰ দাবী

4 years ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

1 hour ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

10 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

10 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

11 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

12 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

14 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

15 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

15 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

16 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

উদ্দাম যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ সহজে নিৰ্গমন হয়! গৱেষণকৰ দাবী

editor by editor
September 15, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
উদ্দাম যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ সহজে নিৰ্গমন হয়! গৱেষণকৰ দাবী
0
SHARES
46k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃক্ক অৰ্থাৎ কিডনীৰ পাথৰ হৈছে কিডনীৰ এটা ডাঙৰ সমস্যা। সহজ ভাষাত ইয়াক কিডনী ষ্ট’ন বুলি কোৱা হয়।

অধিকসংখ্যক লোকে কিডনী ষ্টনৰ সমস্যাত ভোগে৷ কিডনীত সৃষ্টি হোৱা পাথৰ ডাঙৰ হ’লে গুৰুতৰ সমস্যাৰো সৃষ্টি হ’ব পাৰে। পাথৰ সৰু হৈ থাকিলে ঔষধৰ দ্বাৰাই শৰীৰ পৰা আঁতৰাই পেলাব পাৰি যদিও আকাৰত ডাঙৰ হ’লে অস্ত্ৰোপচাৰৰ বাহিৰে আন কোনো বিকল্প নাথাকে।

অৱশ্যে পাথৰ অতি সৰু হ’লে চিকিৎসকে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে, যাতে প্ৰস্ৰাৱৰ জৰিয়তে পাথৰটো শৰীৰৰ পৰা নিৰ্গমন হয়। কিন্তু এইবাৰ চিকিৎসকৰ এটা দলে দাবী কৰিছে যে এনে সৰু সৰু পাথৰ আঁতৰোৱাৰ আন এটা উপায় আছে, আৰু সেইটো হৈছে যৌনতা!

লগতে পঢ়ক দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

‘জাৰ্নেল অৱ চেক্সুৱেল মেডিচিন’ নামৰ এখন বিজ্ঞান আলোচনীত প্ৰকাশিত ইণ্ডোনেছিয়াৰ চিকিৎসকৰ গৱেষণা পত্ৰত দাবী কৰা হৈছে যে শাৰীৰিক সম্পৰ্ক বা হস্তমৈথুনৰ জৰিয়তে কিডনীৰ পাথৰ সহজে শৰীৰ পৰা নিৰ্গমন হ’ব পাৰে।

কিন্তু তাৰ বাবে ৰোগীয়ে সপ্তাহত কমেও তিনি-চাৰিবাৰ যৌন সম্পৰ্ক স্থাপন কৰিব লাগিব বুলি দলটোৱে দাবী কৰিছে। চিকিৎসকসকলৰ মতে, যৌন সম্পৰ্কৰ সময়ত প্ৰজনন অংগ আৰু আশে-পাশে থকা পেশীবোৰ শিথিল হোৱাৰ বাবে পাথৰ নিৰ্গমন তুলনামূলকভাৱে সহজ হৈ পৰে।

ইণ্ডোনেছিয়াৰ এয়াৰলাংগা বিশ্ববিদ্যালয়ৰ বৃক্ক চিকিৎসকৰ এটা দলে যৌনতা আৰু বৃক্কৰ পাথৰৰ মাজত সম্পৰ্ক আছে নে নাই সেই বিষয়ে জানিবলৈ এই অধ্যয়ন চলাইছিল। এই অধ্যয়নত ৪০৬ জন লোকে অংশগ্ৰহণ কৰিছিল।

লগতে পঢ়ক বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?

চিকিৎসকৰ মতে, সপ্তাহত তিনি-চাৰিবাৰ হস্তমৈথুন বা যৌন সম্পৰ্ক স্থাপন কৰাসকলৰ কিডনীত পাথৰ হোৱাৰ হাৰ ৫.৭ শতাংশ হোৱাৰ লগতে পাথৰ নিৰ্গমনৰ গতিও অধিক দ্ৰুত হয়। নিয়মীয়াকৈ যৌন সম্পৰ্ক স্থাপন কৰা লোকসকলৰ ৬২ শতাংশই কয় যে যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ হোৱাৰ ফলত হোৱা বিষ বহু পৰিমাণে হ্ৰাস পায়।

অৱশ্যে চিকিৎসকসকলে অনুভৱ কৰে যে সমগ্ৰ বিষয়টোৰ ওপৰত এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন আছে। তেওঁলোকে এনে সমস্যাৰ সৃষ্টি হ’লে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাম কৰাটো অনুচিত বুলিও মন্তব্য কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest nesws channel of assambest news channel in assamBest News Portal in AssamBest News Portal of Assamkidney stones
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
Next Post
এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?

‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.