• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি হৈছে ম্যানমাৰত, ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ২৩ টা আফ্টাৰ শ্বক

12 months ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

57 minutes ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

3 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

4 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

22 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

23 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কি হৈছে ম্যানমাৰত, ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ২৩ টা আফ্টাৰ শ্বক

editor by editor
March 30, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
কি হৈছে ম্যানমাৰত, ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ২৩ টা আফ্টাৰ শ্বক
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি হৈছে ম্যানমাৰত, ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ২৩ টা আফ্টাৰ শ্বক

জাপানৰ দৰে অৱস্থা হৈ পৰিছে নেকি ম্যানমাৰত। এটাৰ পাছত এটাকৈ আহি আছে ভূমিকম্প। ৭.৫ ৰিখটাৰ স্কেলৰ পাছত ২৩ টা কৈ আফ্টাৰ শ্বকে কঁপাই যায় ম্যানমাৰ। মুঠ ২৪ টা ভূমিকম্প।

আজিৰ দিনটোতো আহে কেইবাটাও আফ্টাৰ শ্বক। আজি ৩০ তাৰিখে মুঠ ৭ টা ভূমিকম্পই কঁপাই যায় ম্যানমাৰ। আজি অহা ভূমিকম্প কেইটাৰ ভিতৰত সৰ্বাধিক ৰিখটাৰ স্কেলৰ ভূমিকম্প আছিল ৪.৬ প্ৰাবল্যৰ।

২৮ মাৰ্চ তাৰিখে অহা ৭.৫ ৰিখটাৰ স্কেলৰ ভয়ংকৰ ভূমিকম্পই তচনচ কৰি পেলাইছিল সমগ্ৰ ম্যানমাৰ।

বহু ঘৰ ভাঙি যোৱাৰ লগতে বৰ্তমনালৈ প্ৰাণ হেৰুৱাইছে ১৬৪৪ গৰাকী লোকে। ইয়াৰ উপৰি আহতৰ সংখ্যা ৩৪০৮ গৰাকী। আনহাতে এতিয়াও সন্ধান নাই ১৩৯ গৰাকী লোকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Earthquake myanmar earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
Next Post
পূৰ্বৰ জন্মত কোন আছিল দ্ৰৌপদী, কিয় পালে ৫ স্বামী?

পবিত্ৰ ৰমজান সময়তে মছজিদত বিস্ফোৰণ, ইদৰ প্ৰাকমূহুৰ্তত হোৱা বিস্ফোৰণে কঁপাইছে মহাৰাষ্ট্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন