• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বৰ জন্মত কোন আছিল দ্ৰৌপদী, কিয় পালে ৫ স্বামী?

পূৰ্বৰ জন্মত কোন আছিল দ্ৰৌপদী, কিয় পালে ৫ স্বামী?

2 years ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

21 minutes ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

2 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

2 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

4 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

5 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

5 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

8 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

10 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পূৰ্বৰ জন্মত কোন আছিল দ্ৰৌপদী, কিয় পালে ৫ স্বামী?

editor by editor
March 30, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পূৰ্বৰ জন্মত কোন আছিল দ্ৰৌপদী, কিয় পালে ৫ স্বামী?
0
SHARES
936
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্বৰ জন্মত কোন আছিল দ্ৰৌপদী, কিয় পালে ৫ স্বামী?

দ্ৰৌপদী মহাভাৰতৰ এক অতি গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় চৰিত্ৰ। তেওঁৰ জীৱন কেৱল মহাভাৰতৰ সকলো ডাঙৰ ডাঙৰ পৰিঘটনাৰ সৈতে জড়িত নহয়, মহাভাৰত যুদ্ধৰ আখ্যানমূলক গুৰি হিচাপেও তেওঁক গণ্য কৰা হয়।

পাছে পাঞ্চালী নামেৰে বিখ্যাত হোৱা দ্ৰৌপদীৰ পূৰ্বৰ জন্মৰ কাহিনী কি আৰু কিয় ৫ পাণ্ডৱ ৰূপত লাভ কৰে ৫ জন স্বামী?

মহাভাৰতৰ আদিপৰ্বত উল্লেখ আছে যে দ্ৰৌপদী তেওঁৰ পূৰ্বৰ জন্মত এগৰাকী দুখীয়া ব্ৰাহ্মণ নাৰী আছিল। নাম আছিল নলায়নী, যাৰ স্বামী সদায় অসুস্থ। ভৰ যৌৱনতে স্বামীৰ মৃত্যুৰ বাবে ব্ৰাহ্মণ নাৰীয়ে স্বামীৰ পৰা কোনো সুখ লাভ কৰিব নোৱাৰে।

সকলো ইচ্ছা অপূৰ্ণ হৈয়ে ৰৈ যায়, যিয়ে তেওঁক অশান্তি দি থাকে। তাৰোপৰি বিধৱা হোৱা বাবে তেওঁ সমাজৰ পৰা অৱহেলা আৰু অত্যাচাৰ সহ্য কৰিবলগীয়া হয়। এদিন সেই ব্ৰাহ্মণ বিধৱাই ভাবে যে তেওঁ ভগৱান শিৱৰ ওচৰত তপস্যা কৰিব লাগে যাতে তেওঁ পৰৱৰ্তী জীৱনত পুনৰ অপূৰ্ণ কামনাৰ বোজা বহন কৰিব নালাগে।

দুখীয়া বিধৱা ব্ৰাহ্মণীয়ে বহু বছৰ ধৰি মহাদেৱ শিৱৰ কঠোৰ তপস্যা কৰে। অৱশেষত ভগৱান শিৱই বিধৱামহিলাৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ উপস্থিত হৈ বিধৱা ব্ৰাহ্মণিক আশিৰ্বাদ দিয়ে। বিধৱা ব্ৰাহ্মণ ভদ্ৰমহিলাগৰাকীয়ে মহাদেৱক সন্মুখত থিয় হৈ থকা দেখি বৰ উত্তেজিত হৈ পৰে।

পৰৱৰ্তী জীৱনত বিচৰা স্বামীৰ সকলো গুণ কোৱাৰ পিছত তাই মহাদেৱৰ পৰা ৫ বাৰ সকলো গুণ থকা স্বামী বিচাৰিছিল। ইয়াৰ ওপৰত ভগৱান শিৱই তেওঁক বুজাই দিলে যে কোনো এজন মানুহৰ বাবে এই সকলোবোৰ গুণ থকাটো প্ৰায় অসম্ভৱ।

কিন্তু মহিলাগৰাকীয়ে নিজৰ দাবীত দৃঢ়তাৰে থাকি কয় যে, “হে মহাদেৱ! মোৰ পৰৱৰ্তী জীৱনত এই সকলোবোৰ গুণ থকা এজন স্বামী মোক দিয়ক।” ভক্তৰ সকলো কামনা পূৰণ কৰা ভগৱান শিৱই মহিলাগৰাকীৰ জোৰ অনুসৰি বৰদান কৰে।

পৰৱৰ্তী জন্মত বিধৱা ব্ৰাহ্মণীয়ে যজ্ঞৰ জৰিয়তে পাঞ্চাল দেশৰ ৰজা ধ্ৰুপদৰ কন্যা হিচাপে জন্ম লাভ কৰে। পাঞ্চালৰ ৰজাৰ কন্যা হোৱাৰ বাবে তেওঁৰ এটা নাম আছিল পাঞ্চালী, আনহাতে যজ্ঞাৰ পৰা জন্ম লোৱাৰ বাবে তেওঁক যাগ্যসেনী বুলিও জনা যায়।

বাকি বিবাহৰ কথা মহাভাৰতৰ আখ্যান অনুসৰি, প্ৰথমে অৰ্জুনৰ লগত বিবাহ, পাছত মাতৃ কুন্তিৰ পৰামৰ্শ অনুযায়ী ৫ পাণ্ডৱৰ সৈতে বিবাহ। পূৰ্ব জন্মৰ শিৱৰ আশিৰ্বাদ অনুসৰি সকলো গুণৰ অধিকাৰী ৫ গুণৰ ৫ স্বামী লাভ কৰে দ্ৰৌপদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DraupadimahabharatPanchalipandav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল
অসম

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

October 5, 2026
Next Post
পবিত্ৰ ৰমজান সময়তে মছজিদত বিস্ফোৰণ, ইদৰ প্ৰাকমূহুৰ্তত হোৱা বিস্ফোৰণে কঁপাইছে মহাৰাষ্ট্ৰ

পবিত্ৰ ৰমজান সময়তে মছজিদত বিস্ফোৰণ, ইদৰ প্ৰাকমূহুৰ্তত হোৱা বিস্ফোৰণে কঁপাইছে মহাৰাষ্ট্ৰ

হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?

হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.