• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পবিত্ৰ ৰমজান সময়তে মছজিদত বিস্ফোৰণ, ইদৰ প্ৰাকমূহুৰ্তত হোৱা বিস্ফোৰণে কঁপাইছে মহাৰাষ্ট্ৰ

পবিত্ৰ ৰমজান সময়তে মছজিদত বিস্ফোৰণ, ইদৰ প্ৰাকমূহুৰ্তত হোৱা বিস্ফোৰণে কঁপাইছে মহাৰাষ্ট্ৰ

1 year ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

27 minutes ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

3 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

4 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

4 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

5 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

6 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

7 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

8 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পবিত্ৰ ৰমজান সময়তে মছজিদত বিস্ফোৰণ, ইদৰ প্ৰাকমূহুৰ্তত হোৱা বিস্ফোৰণে কঁপাইছে মহাৰাষ্ট্ৰ

editor by editor
March 30, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
পবিত্ৰ ৰমজান সময়তে মছজিদত বিস্ফোৰণ, ইদৰ প্ৰাকমূহুৰ্তত হোৱা বিস্ফোৰণে কঁপাইছে মহাৰাষ্ট্ৰ
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পবিত্ৰ ৰমজান সময়তে মছজিদত বিস্ফোৰণ, ইদৰ প্ৰাকমূহুৰ্তত হোৱা বিস্ফোৰণে কঁপাইছে মহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰৰ বীদ জিলাৰ পৰা আহিছে এক ডাঙৰ খবৰ। আজি দেওবাৰে পুৱা প্ৰায় ৪ বজাত জিলাখনৰ অৰ্ধমাছলা গাঁৱৰ এটা মছজিদত সংঘটিত হয় এক বিস্ফোৰণ। তথ্য অনুসৰি ৰমজানৰ সময়তে মছজিদত সংঘটিত হয় এই বিস্ফোৰণ।

ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত আলোড়নৰ সৃষ্টি হয়। ঘটনাৰ তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে আৰক্ষীৰ দলটো সেই স্থানত উপস্থিত হয়। ইয়াৰ পিছতে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত হয়।

বীদ আৰু অৰ্ধমাছালা গাঁৱত পুৱা ২ বজাৰ পৰা ২:৩০ বজাৰ ভিতৰত মছজিদত সংঘটিত হয় এই বিস্ফোৰণ। আৰক্ষীয়ে দুজন সন্দেহযুক্ত লোকক আটক কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।

সম্প্ৰতি আৰক্ষীয়ে এই বিস্ফোৰণ কোনে সংঘটিত কৰিছিল আৰু কেনেকৈ সংঘটিত হৈছিল তদন্ত অব্যাহত ৰাখিছে। তথ্য অনুসৰি এই দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। অৱশ্যে মছজিদৰ দেৱাল ক্ষতিগ্ৰস্ত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BlusteidMasjid BlastRamdan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
Next Post
হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?

হাজাৰ হাজাৰ মানুহক প্ৰতাৰণা! কিমান কোটি টকাৰ কেলেংকাৰীত নাম সাঙোৰ খালে এইবাৰ বিবেক অবেৰয়ৰ?

ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ

ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.