• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

3 years ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

12 minutes ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

1 hour ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

2 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

3 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

3 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

4 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

21 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

22 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

22 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

23 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

24 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

editor by editor
April 24, 2024
in জীৱনশৈলী, ভাৰত
0
গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৪ এপ্ৰিল ২০২৪ বুধবাৰে বৈদিক পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। চন্দ্ৰই দিনজুৰি তুলা ৰাশিত বিৰাজ কৰিব। ইয়াৰ সৈতে থাকিব কেইবাটাও শুভ যোগ। এই শুভ যোগ হৈছে সিদ্ধি যোগ আৰু ব্যাতিপত যোগ। ইয়াৰোপৰি আজি দিনজুৰি থাকিব স্বাতী নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত দিনটো বিশেষ গুৰুত্বপূৰ্ণ।

জ্যোতিষ অনুসৰি বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন। জ্যোতিষবিদে জনোৱা অনুসৰি কেইবাটাও শুভ যোগৰ কাৰণে আজিৰ দিনটো সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ। আৰ্থিক অৱস্থা উন্নীত কৰাৰ সুযোগ পাব। জ্যোতিষ গণনা অনুসৰি কোন কোন ৰাশিৰ সৌভাগ্য লাভ হ’ব জানি থওক।

বৃষ ৰাশি

২৪এপ্ৰিলৰ দিনটো শুভ হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে। ব্যাতিপত যোগৰ প্ৰভাৱত সম্পদ লাভ হ’ব। বিশেষ সন্মানৰো অধিকাৰী হ’ব পাৰে। যিসকলে ব্যৱসায় কৰিছে তেওঁলোকে বিশেষ লাভৰ মুখ দেখিব। বেচৰকাৰী চাকৰিৰ সৈতে যুক্ত হৈ থকাসকলেও নতুন চাকৰি লাভ কৰিব পাৰে।

কন্যা ৰাশি

চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱত ভাগ্যৰ সুফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে। নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব। বুধবাৰে পেছাগত জীৱনত একাধিক পজিটিভ পৰিবৰ্তন দেখা পাব। বন্ধুৰ সৈতে সন্ধিয়া ভাল সময় কটাব। আৰ্থিক লাভৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ।

তুলা ৰাশি

সিদ্ধি যোগৰ শুভ প্ৰভাৱত ভাগ্যোদয় হ’ব তুলা ৰাশিৰ জাতকৰ। নিজৰ ব্যক্তিত্বৰে সকলোকে মুগ্ধ কৰিব পাৰিব। অংশীদাৰিত্বৰ কোনো কাম কৰিলে লাভৱান হ’ব। এই কামৰ পৰা ভৱিষ্যতেও আৰ্থিক লাভ হ’ব তুলা ৰাশিৰ জাতকে। পৰিয়ালৰ কাৰোবাৰ বিয়া ঠিক হ’ব পাৰে।

ধনু ৰাশি

২৪ এপ্ৰিলৰ দিনটোত আনন্দৰ আগমন হ’ব। সিদ্ধি যোগৰ শুভ ফল লাভ কৰিব আপুনি। গণেশৰ আশীৰ্বাদত অৰ্থাগমৰ নতুন পথ মুকলি হ’ব। প্ৰেম জীৱনতো দিনটো বেছ শুভ। ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও দিনটো শুভ।

কুম্ভ ৰাশি

বুধবাৰে ব্যতিপত যোগৰ শুভ ফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। আপুনি উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে। পুৰণি কোনো অসুখ-বিসুখৰ পৰা ৰেহাই পাব। কুম্ভ ৰাশিৰ জাতকৰ দীৰ্ঘদিনৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

October 30, 2026
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ
ভাৰত

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

October 30, 2026
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক
অসম

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

October 30, 2026
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু
ভাৰত

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

October 30, 2026
Next Post
প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা…

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা...

ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা

ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.