• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ

২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ

1 year ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 minutes ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

35 minutes ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

3 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

3 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

5 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

14 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

15 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

15 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

16 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ

২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ

editor by editor
June 9, 2025
in জীৱনশৈলী, বিবিধ
0
২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়স মাত্ৰ ২৩ বছৰ৷ ২৩ বছৰ বয়সতেই ২৫ বাৰ বিয়া কৰাই প্ৰতিজন স্বামীকেই ত্যাগো কৰিছে এই তৰুণীয়ে৷ আটাইকেইগৰাকী স্বামীৰ পৰাই নগদ ধন, গহনা আৰু মূল্যবান সামগ্ৰী লুট কৰি পলাই গৈছে৷ অৱশেষত সেই তৰুণী আৰক্ষীৰ হাতত পৰিল৷ ৰাজস্থানৰ ছাৱাই মাধোপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এই প্ৰতাৰক নাৰী৷ তৰুণীগৰাকীৰ নাম অনুৰাধা পাছোৱান৷ তেওঁক মধ্যপ্ৰদেশৰ ভোপালৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷

তেওঁক গ্ৰেপ্তাৰৰ খবৰ ভাইৰেল হোৱাৰ পাছতেই বহুতেই এইগৰাকী তৰুণীৰ নাম দিছে লুটেৰা দোলহন৷  আৰক্ষীয়ে জনোৱা অনুসৰি অনুৰাধা নামৰ এইগৰাকী তৰুণীয়ে অকলে এই কাম কৰা নাই৷ তেওঁৰ সৈতে আছে এটা বিশেষ গেং৷ সেই প্ৰতাৰক গেঙেই টাৰ্গেট কৰে বিবাহৰ বাবে ব্যাকুল হৈ থকা পুৰুষক৷ স্থানীয় দালালৰ মাধ্যমেৰে পাত্ৰসকলৰ ওচৰলৈ হোৱাটছ এপত অনুৰাধাৰ ছবি পঠিয়াই৷ কইনা বিচাৰি দিয়াৰ বাবদ তেওঁলোকে প্ৰায় ২-৫ লাখলৈকে ধনদাবীও কৰে৷ তাৰপিছতেই অনুৰাধাক বিয়া দিয়ে সেই বিশেষ পাত্ৰলৈ৷ পাত্ৰৰ ঘৰত কিছুদিন অৱস্থান কৰি বিশ্বাসভাজন হৈ স্বামীৰ ঘৰৰ পৰা অৰ্থ, স্বৰ্ণালংকাৰ আৰু ইলেক্ট্ৰনিক পণ্য লৈ পলাই অনুৰাধা৷

এই প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰথম অভিযোগ উত্থাপন কৰিছিল ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ বিষ্ণু শৰ্মা নামৰ এজন ব্যক্তিয়ে৷ তেওঁ জনাই যে অনুৰাধাক তেওঁ বিয়া কৰাইছিল৷ তেওঁক অনুৰাধাৰ পৰিচয় দিছিল দুজন দালালে৷ অনুৰাধাক তেওঁ পত্নী হিচাপে পাবৰ বাবে দালালকেই দিবলগীয়া হৈছিল ২ লাখ টকা৷ কিন্তু কৰ্ট মেৰেজৰ ১২ দিন পাছত অনুৰাধাই সকলো দামী গহনা আৰু দামী সামগ্ৰীপত্ৰ হৈ পলাই যায়৷ বিষ্ণুৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আণ্ডাৰকভাৰ অপাৰেছন পৰিচালনা কৰি এক গোপন ব্যক্তিক পাত্ৰ সজাই দালালৰ সৈতে যোগাযোগ কৰোৱা হয়৷ অনুৰাধাৰ ছবি লাভ কৰাৰ পাছত ফোন ট্ৰেক কৰি ভোপালৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

আৰক্ষীয়ে জনাইছে যে বিগত ৭ মাহত অনুৰাধা পাছোৱানে অন্তত ২৫গৰাকী পুৰুষক এনেকৈ প্ৰতাৰণা কৰিছে৷ এই ঘটনাত জড়িত দালাল চক্ৰ আৰু অন্যান্য সহযোগীসকলক ধৰিবলৈ তদন্ত অব্যাহত ৰাখিছে বুলি জনাইছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

October 5, 2026
Next Post
‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?

‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?

ৰাজা ৰঘুবংশীক শেষ কৰি লগে লগেই পলাই গৈছিল মধ্যপ্ৰদেশলৈ! সোনমৰ প্ৰেমিক ৰাজক গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ, কি কি নতুন তথ্যৰ কথা ক’লে মেঘালয়ৰ আৰক্ষীয়ে?

ৰাজা ৰঘুবংশীক শেষ কৰি লগে লগেই পলাই গৈছিল মধ্যপ্ৰদেশলৈ! সোনমৰ প্ৰেমিক ৰাজক গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ, কি কি নতুন তথ্যৰ কথা ক’লে মেঘালয়ৰ আৰক্ষীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.