• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত

১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত

1 year ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

37 minutes ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

1 hour ago
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

2 hours ago
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

2 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

11 hours ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

11 hours ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

12 hours ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

12 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

13 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

14 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

14 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত

editor by editor
April 9, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত
0
SHARES
649
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত

২০০৮ চনৰ ২৬ নৱেম্বৰৰৰ ঘটনাত বহু লোকৰ আপোন জনক হেৰুওৱা বেদনা হয়তো আজিয়ো মচ যোৱা নাই। সেই সকলো ভুক্তভোগী লোকে হয়তো ১৭ বছৰে এটাই কামনা কৰি আহি আছিল , কিদৰে ভাৰতবাসীৰ অপৰাধী তাহাউৰ ৰানাক ভাৰতলৈ আনিব পাৰি।

পাছে সেই সকলো লোকৰে ১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ ১০ এপ্ৰিল তাৰিখে উপস্থিত হব ভাৰতত। আজি ৯ এপ্ৰিল তাৰিখে নিয়াৰ ৭ জনীয়া এটা দলে আমেৰিকাৰ পৰা লৈ আহি আছে তাহাউৰক।

সূত্ৰ অনুসৰি কাইলৈ ​১০ এপ্ৰিল তাৰিখে পুৱালৈকে ৰাণা দিল্লীত উপস্থিত হ’ব পাৰে। এই প্ৰত্যাৰ্পণ অভিযানত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ (NIA) সাতজনীয়া এটা দল জড়িত হৈ আছে, যাৰ নেতৃত্বত আছে এজন জ্যেষ্ঠ এডিজি ৰেংক বিষয়া।

ৰাণা ভাৰত পোৱাৰ পিছত প্ৰথমে দিল্লীস্থিত নিয়া(NIA)ৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ’ব, য’ত প্ৰথমে জেৰা কৰা হ’ব। সূত্ৰৰ পৰা জানিব পৰা মতে, NIA-ই ৰাণাক জেৰা কৰিবলৈ ৭ জনীয়া এটা বিশেষ দল গঠন কৰিছে, যিয়ে ৰাণাক ২৬/১১ আক্ৰমণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত জেৰা কৰিব। ইয়াৰ উপৰিও আন নিৰাপত্তা সংস্থাসমূহেও তেওঁক পৃথকে পৃথকে জেৰা কৰিব।

প্ৰথমে তাহাউৰ ৰানাক দিল্লী আদালতত হাজিৰ কৰা হ’ব আৰু পিছত মুম্বাইলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। তাহাউৰ ৰানাক কিছুদিন হয়তো দিল্লীত জিম্মাত ৰখা হ’ব যাতে তদন্তকাৰী সংস্থাই প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰে। ইয়াৰ পিছত তেওঁক মুম্বাইলৈ প্ৰেৰণ কৰা হ’ব পাৰে, য’ত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে।

মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰ অনুসৰি ২০০৯ চনত দিল্লীৰ এন আই এয়ে ২৬/১১ৰ আক্ৰমণৰ ষড়যন্ত্ৰৰ সৈতে জড়িত ৰানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। একেটা গোচৰতে ৰানাক ভাৰতলৈ অনা হৈছে আৰু দিল্লী আদালতত হাজিৰ হ’ব।

উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰ (২৬/১১) আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী পাকিস্তানী-আমেৰিকান সন্ত্ৰাসবাদী ডেভিদ কলমেন হেডলীৰ সৈতে তাহাউৰ ৰানাৰ সম্পৰ্ক আছে বুলি ধাৰণা কৰা হৈছে। ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৬ জন আমেৰিকানসহ মুঠ ১৬৬ জন লোক নিহত হৈছিল। এই আক্ৰমণসমূহ ১০টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2008 Mumbai Attack26 11 CaseTahawwur Rana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?
জীৱনশৈলী

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

May 16, 2026
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক
অপৰাধ

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

May 16, 2026
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা
শিক্ষা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

May 15, 2026
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক
বাণিজ্য

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

May 15, 2026
Next Post
SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা

SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা

কাইলৈ ১০ এপ্ৰিল তাৰিখে ৫ ৰাশিৰ লোকৰ অন্ত পৰিব সকলো সমস্যা

কাইলৈ ১০ এপ্ৰিল তাৰিখে ৫ ৰাশিৰ লোকৰ অন্ত পৰিব সকলো সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.