• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শ্ৰাৱণ নক্ষত্ৰত সিদ্ধি যোগ, নাৰায়ণৰ আশীৰ্বাদত জীৱনত উন্নতিৰ যোগ ৫ৰাশিৰ

কাইলৈ শ্ৰাৱণ নক্ষত্ৰত সিদ্ধি যোগ, নাৰায়ণৰ আশীৰ্বাদত জীৱনত উন্নতিৰ যোগ ৫ৰাশিৰ

2 years ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

21 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

22 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

23 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

23 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

24 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

1 day ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

1 day ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

1 day ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ শ্ৰাৱণ নক্ষত্ৰত সিদ্ধি যোগ, নাৰায়ণৰ আশীৰ্বাদত জীৱনত উন্নতিৰ যোগ ৫ৰাশিৰ

editor by editor
April 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কাইলৈ শ্ৰাৱণ নক্ষত্ৰত সিদ্ধি যোগ, নাৰায়ণৰ আশীৰ্বাদত জীৱনত উন্নতিৰ যোগ ৫ৰাশিৰ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৪এপ্ৰিল ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই সমগ্ৰ দিন ধৰি অৱস্থান কৰিব মকৰত। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ দশমী তিথি। ইয়াৰ ওপৰিও কাইলৈ বৃহস্পতিবাৰে থাকিব সিদ্ধি যোগ আৰু সাধ্য যোগ। ইয়াৰোপৰি কাইলৈৰ দিনটোত থাকিব শ্ৰাৱণ নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে।

জ্যোতিষ অনুসৰি বৃহস্পতিবাৰ হৈছে বিষ্ণুৰ প্ৰিয় দিন। এই দিনটোত নাৰায়ণৰ আৰাধনা কৰিলে তেঁওৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণত কাইলৈৰ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। কাইলৈ বৃহস্পতিবাৰে জ্যোতিষ গণনা অনুসৰি নাৰায়ণৰ আশীৰ্বাদ লাভ কৰিব পাঁচ ৰাশিৰ জাতকে।

বৃষ ৰাশি
কাইলৈ ৪এপ্ৰিলত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে। কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুয়োটাই বৃদ্ধি পাব। শত্ৰু আপোনাৰ ওচৰত পৰাস্ত হ’ব। সামাজিক জনসেৱামূলক কামৰ বাবেও কাইলৈ দিনটো শুভ। যিসকলে চাকৰিৰ বাবে চেষ্টা চলাইছে তেওঁলোকেও কোনো বন্ধুৰ সহায়ত চাকৰি লাভ কৰিব পাৰে। পৰিয়ালত সুখ শান্তিৰ পৰিবেশ বৰ্তি থাকিব।

কন্যা ৰাশি
কাইলৈৰ দিনটোত সিদ্ধি যোগৰ শুভ প্রভাৱত সৌভাগ্যময় হ’ব কন্যা ৰাশিৰ জাতকৰ বাবে। কাইলৈ আপুনি নিজৰ সকলো কামত সফল হ’ব। শত্ৰুৱে আপোনাৰ কামত বাধা তৈয়াৰৰ চেষ্টা কৰিব পাৰে। কিন্তু কন্যাৰ জাতকৰ বুদ্ধিত সেই চেষ্টা ব্যৰ্থ হ’ব। নিজৰ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব আপুনি। আইনী জটিলতাতো আপুনি জয়ী হ’ব।

তুলা ৰাশি
কাইলৈৰ দিনটো বিশেষভাৱে সৌভাগ্যপূৰ্ণ হ’ব তুলা ৰাশিৰ জাতকৰ। কাইলৈ কোনো অতিৰিক্ত সূত্ৰৰ পৰা আপুনি অৰ্থ লাভ কৰিব। চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হ’ব আপুনি। যিসমূহ বিষয়ত আপুনি বিগত সময়ত বাধা পাই আছিল সেই বাধা আঁতৰিব। তুলা ৰাশিৰ জাতকে আগন্তুক সময়ত শিক্ষাক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিব।

ধনু ৰাশি
শ্ৰাৱণ নক্ষত্ৰৰ প্ৰভাৱত কোনো সাফল্য লাভ কৰিব ধনু ৰাশিৰ জাতকে। কাইলৈ নিজৰ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বিপদ দূৰ হ’ব আপোনাৰ। কেৰিয়াৰত বৃহস্পতিবাৰে ডাঙৰ সাফল্য লাভৰ যোগ আছে। অতিৰিক্ত অৰ্থ লাভ কৰিব পাৰে। মানসিক চাপ আৰু অৱসাদ দূৰ হ’ব।

মকৰ ৰাশি
সিদ্ধি যোগৰ প্রভাৱত শুভ ফল লাভ কৰিব মকৰ ৰাশিৰ জাতকে। সমাজত কোনো বিশেষ স্থানত আপুনি সন্মান লাভ কৰিব। মকৰ ৰাশিৰ জাতকে সকলো সময়তে নিজৰ পৰিয়ালক কাষত পাব। কাইলৈ আপুনি যি কামতেই হাত দিয়ে সফলতা লাভ কৰিবই। কাইলৈ বিনিয়োগ কৰিলে লাভ হ’বই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
Next Post
ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

ফাঁট মেলিছে দলত... IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.