• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাম নকৰিব পাৰে এণ্টিবায়োটিকে! অবাধ্য জীৱাণুৰ কামোৰত পৃথিৱীত প্ৰাণ হেৰুৱাব ৪কোটি মানুহে!

কাম নকৰিব পাৰে এণ্টিবায়োটিকে! অবাধ্য জীৱাণুৰ কামোৰত পৃথিৱীত প্ৰাণ হেৰুৱাব ৪কোটি মানুহে!

2 years ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

5 minutes ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

52 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

1 hour ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

2 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

6 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাম নকৰিব পাৰে এণ্টিবায়োটিকে! অবাধ্য জীৱাণুৰ কামোৰত পৃথিৱীত প্ৰাণ হেৰুৱাব ৪কোটি মানুহে!

কাম নকৰিব পাৰে এণ্টিবায়োটিকে! অবাধ্য জীৱাণুৰ কামোৰত পৃথিৱীত প্ৰাণ হেৰুৱাব ৪কোটি মানুহে!

editor by editor
September 28, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
কাম নকৰিব পাৰে এণ্টিবায়োটিকে! অবাধ্য জীৱাণুৰ কামোৰত পৃথিৱীত প্ৰাণ হেৰুৱাব ৪কোটি মানুহে!
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এণ্টিবায়োটিকৰ উদ্ভাৱন চিকিৎসাবিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰৰ অন্যতম৷ কিন্তু এই ঔষধেই কাল হৈ পৰিছে৷ চিকিৎসকে দীৰ্ঘদিন ধৰি এণ্টিবায়োটিক খোৱাক লৈ সতৰ্ক কৰি আহিলেও কোনোৱে যেন ভ্ৰক্ষেপ কৰা নাই৷ ইয়াৰ ফলত একশ্ৰেণীৰ জীৱাণু ক্ৰমে অবাধ্য হৈ উঠিছে৷ যাৰ ফলত বাঢ়িছে এণ্টিবায়োটিক প্ৰতিৰোধী সংক্ৰমণ৷ গৱেষকে দাবী কৰিছে যে ২০২৫ চনৰ মাজত ৪কোটি মানুহৰ মৃত্যু হ’ব এণ্টিবায়টিক প্ৰতিৰোধী সংক্ৰমণৰ কাৰণেই৷

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এপিডোমিওলজিষ্ট জোছেফ লিঅ’নাৰ্ডোৱে কৈছে, ‘আমি নিজে কি কি ভুল কৰি আছো সেয়া আমি বুজিব লাগিব৷’ দ্যা লান্সেটয়ে প্ৰকাশ কৰা এক ৰিপৰ্টত কৈছে যে ১৯৯০ চনৰ পৰা ২০২১ চনৰ মাজত প্ৰতিবছৰে ১০ লাখ মানুহৰ মৃত্যু হৈছে কেৱল এই কাৰণতেই৷ আগন্তুক সময়ত ইয়াৰ হাৰ আৰু বাঢ়িব৷

এণ্টিবায়োটিক ২০২৫ৰ পৰা ২০৫০ৰ মাজত বাৰ্ষিক ২০৪খন দেশৰ ২০লাখ মানুহৰ মৃত্যুৰ কাৰণ হৈ উঠিব৷ সকলো মিলি এই সংখ্যা হ’ব ৩কোটি ৯০লাখতকৈ বেছি৷ এণ্টিবায়োটিক মূলত বেকটেৰিয়া ঘটিত ৰোগৰ বিৰুদ্ধে কাৰ্যকৰী৷ আৰু সেই কাৰণেই ই অন্য বেকটেৰিয়াকো ধ্বংস কৰি দিয়ে৷ যিসমূহ শৰীৰৰ বাবে উপকাৰী৷ ইয়াৰোপৰি ইয়াৰ আছে অন্যান্য কেইবাটাও পাৰ্শ্বপ্ৰতিক্ৰিয়া৷

কিন্তু ইয়াৰ সকলোতকৈ ডাঙৰ বিপদ হৈছে এণ্টিবায়োটিক প্ৰতিৰোধী সংক্ৰমণ বৃদ্ধি৷ গৱেষকে জনোৱা অনুসৰি পাঁচতকৈ কমবয়সীয়াৰ মাজত বিগত তিনি দশকতেই বাঢ়িছে ৫০শতাংশতকৈয়ো পাৰ্শ্বপ্ৰতিক্ৰিয়া৷ সত্তৰোৰ্ধ্বৰ মানুহৰ ক্ষেত্ৰত বৃদ্ধিৰ হাৰ ৮০শতাংশ৷ এই পৰিসংখ্যাই বুজাই দিয়ে পৰিস্থিতি কি হ’বলৈ গৈ আছে৷ এই পৰিস্থিতিক লৈ সতৰ্ক কৰিছে গৱেষকে৷

ৰিপৰ্টত কোৱা হৈছে যে ইয়াত প্ৰাপ্ত তথ্যৰ পৰা আগন্তুক দিনত ঔষধ তৈয়াৰ আৰু নতুন টিকা উদ্ভাৱনৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব৷ ইয়াৰবাবে বিশ্বব্যাপী বিনিয়োগ আৰু স্বল্প আয়ৰ দেশসমূহৰ ঐসতে নিয়মিত এই বিষয়ে আলোচনা চলোৱা দৰকাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
Next Post
বুধ-শুক্ৰ-সূৰ্যৰ মহা সংযোগ, ১৭ অক্টোবৰলৈ ৰজাৰ দৰে জীৱন কটাব ৩ ৰাশিৰ লোকে

বুধ-শুক্ৰ-সূৰ্যৰ মহা সংযোগ, ১৭ অক্টোবৰলৈ ৰজাৰ দৰে জীৱন কটাব ৩ ৰাশিৰ লোকে

কণী নোহোৱাকৈ অমলেট খাই পাইছেনে কেতিয়াবা, কেনেকৈ প্ৰস্তুত কৰিব এই খাদ্য

কণী নোহোৱাকৈ অমলেট খাই পাইছেনে কেতিয়াবা, কেনেকৈ প্ৰস্তুত কৰিব এই খাদ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.