• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উফিৰ সমস্যা, বহু কৰিয়ো আঁতৰ হোৱা নাই, ব্যৱহাৰ কৰক এই সামগ্ৰী, এটা সপ্তাহতে লাভ কৰক সুফল

উফিৰ সমস্যা, বহু কৰিয়ো আঁতৰ হোৱা নাই, ব্যৱহাৰ কৰক এই সামগ্ৰী, এটা সপ্তাহতে লাভ কৰক সুফল

2 years ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

1 hour ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

2 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

3 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

4 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

4 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

5 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

6 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

14 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

15 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

16 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উফিৰ সমস্যা, বহু কৰিয়ো আঁতৰ হোৱা নাই, ব্যৱহাৰ কৰক এই সামগ্ৰী, এটা সপ্তাহতে লাভ কৰক সুফল

editor by editor
June 24, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
উফিৰ সমস্যা, বহু কৰিয়ো আঁতৰ হোৱা নাই, ব্যৱহাৰ কৰক এই সামগ্ৰী, এটা সপ্তাহতে লাভ কৰক সুফল
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উফিৰ সমস্যা, বহু কৰিয়ো আঁতৰ হোৱা নাই, ব্যৱহাৰ কৰক এই সামগ্ৰী, এটা সপ্তাহতে লাভ কৰক সুফল

মূৰত উফি হ’লে বহু সময়তে লাজ পোৱা যায়। উফিৰ কাৰণে মূৰত খজুৱতি হবলৈ আৰম্ভ কৰে আৰু কেতিয়াবা এই উফি কান্ধ আৰু পিঠিতো পৰি থকা দেখা যায়, যাৰ বাবে লাজ পাব লগা লগা হয়।

এনে পৰিস্থিতিত যদি আপুনিও উফিৰ সমস্যাত অশান্তি পাইছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে ইয়াত উল্লেখ কৰা কিছুমান ঘৰুৱা উপায় চেষ্টা কৰিব পাৰে।

দৈ
উফি আঁতৰোৱাত দৈয়ে ঔষধৰ দৰে কাম কৰে। দৈয়ে মূৰৰ ছাল ভালদৰে পৰিষ্কাৰ কৰে। ই মূৰৰ ছালত জমা হোৱা মলি আঁতৰাই পেলাই। ইয়াৰ বাহিৰেও নেমুৰ ৰসৰ সৈতে দৈত মিহলাই মূৰত লগাব পাৰে। কেৱল উফি কমি যোৱাই নহয়, চুলিও কোমল হৈ পৰে পেষ্ট ব্যৱহাৰ কৰিলে।

নেমুৰ ৰস
উফিৰ পৰা পৰিত্ৰাণ পাবলৈ নেমুৰ ৰস মূৰৰ ছালত ঘঁহিব পাৰে। নেমুৰ ৰস মূৰত ১০ৰ পৰা ১৫ মিনিট লগাই তাৰ পিছত ধুব। উফি হ্ৰাস কৰাত ই ফলপ্ৰসূ বুলি প্ৰমাণিত।

চালকুঁৱৰী
এন্টিফাংগেল আৰু এন্টিমাইক্ৰ’বিয়াল গুণেৰে সমৃদ্ধ এলোভেৰাই মূৰৰ ছালৰ বিষ আৰু খজুৱতি দূৰ কৰে। ইয়াৰ উপৰিও এলোভেৰাই উফি আঁতৰাই মূৰৰ ছাল সতেজ কৰে লগতে চুলিয়ো কোমল কৰি তোলে।

নিম
আয়ুৰ্বেদিক গুণ থকা নিম পাতে চুলি ভালদৰে পৰিষ্কাৰ কৰাত সহায় কৰে। নিমত প্ৰচুৰ পৰিমাণে এন্টি-বেক্টেৰিয়েল গুণৰ লগতে উফি দূৰ কৰে। চেম্পুৰ লগত নিমৰ ৰস মিহলাই চুলি ধুব পাৰে বা নিমপাত পানীত সিজাই সেই পানীৰে মূৰ ধুব পাৰে, উফি নাইকিয়া হৈ যাব।

আপেলৰ ভিনেগাৰ
আপেল চাইডাৰ ভিনেগাৰেৰে চুলি ধুলে সহজে উফি আঁতৰ হয়। ইয়াৰ বাবে প্ৰায় এগিলাচ পানী লৈ তাত ২ চামুচ আপেল ভিনেগাৰ দিব। এই পানীৰে চুলি ধুলে উফি নাইকিয়া হয়। উফি আঁতৰোৱাৰ উপৰিও আপেল চাইডাৰ ভিনেগাৰেৰে চুলি ধুলে চুলিৰ উজ্জলতা বৃদ্ধিৰ লগতে চুলিক কোমল কৰি তোলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveassam live 24 digitalAssam NewsAssamliveassamlive 24axom livedigital media
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?
ভাৰত

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

March 19, 2026
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 19, 2026
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য
জীৱনশৈলী

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

March 19, 2026
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
Next Post
২৫ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

২৫ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

অনশনৰ ফলত আপ নেত্ৰী আতিশীৰ স্বাস্থ্যৰ অৱনতি, হাস্পতালত ভৰ্তি

অনশনৰ ফলত আপ নেত্ৰী আতিশীৰ স্বাস্থ্যৰ অৱনতি, হাস্পতালত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.