• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

2 years ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

15 minutes ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

30 minutes ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

39 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

52 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

1 hour ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

2 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

2 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

5 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

editor by editor
May 3, 2024
in ভাৰত
0
কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৪ মে ২০২৪শনিবাৰে পঞ্জিতা অনুসৰি ব’হাগ মাহৰ কৃষ্ণ পক্ষৰ একাদশী তিথি৷ এই দিনটো বৰুথিনী একাদশী নামেৰেই পৰিচিত৷ চন্দ্ৰই কাইলৈ কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ জ্যেতিষ গণনা অনুসৰি কাইলৈ গজকেশৰী যোগ আৰু ঐন্দ্ৰ যোগৰ সৃষ্টি হ’ব৷ শনিবাৰে থাকিব পূৰ্বভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷

হিন্দুধৰ্ম মতে শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ ইয়াৰোপৰি কাইলৈ একাদশী হোৱাত নাৰায়ণৰ কৃপা লাভ কৰাৰ বাবেও এই দিনটো উপযুক্ত৷ এই সকলো ৰাশিৰ জাতকে কাইলৈ নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটাব পাৰিব৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ শনিবাৰে সৌভাগ্য লাভ কৰিব এই ৫ৰাশিৰ জাতকে৷ জানি থওক কি কৈছে জ্যোতিষবিদে৷

মেষ ৰাশি

৪মে লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ নিজৰ খৰচ দূৰ হ’ব৷ সঞ্চয় কৰিব পাৰিব৷ শনিৰ আশীৰ্বাদত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমানে বৃদ্ধি পাব৷ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তিয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব৷

সিংহ ৰাশি

কাইলৈ বৰুথিনী একাদশীত নাৰায়ণৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় কামৰ প্ৰতি কাইলৈ আগ্ৰহ বাঢ়িব৷ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ কাইলৈ আপুনি যি সিদ্ধান্ত ল’ব সেই সিদ্ধান্তই লাভজনক প্ৰমাণিত হ’ব৷ অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ সিংহ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনত প্ৰেম বাঢ়িব৷

বৃশ্চিক ৰাশি

৪মে শনিবাৰৰ দিনটো বৃশ্চিক ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব৷ আপোনাৰ মনৰ কোনো দীৰ্ঘদিনীয়া সমস্যা দূৰ হ’ব৷ নিজৰ পাবলগীয়া ধন কাইলৈ লাভ কৰিব৷ পুৰণি কোনো বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব পাৰে৷ বৃশ্চিক ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷

মকৰ ৰাশি

গজকেশৰী যোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সৈতে থকা সকলো সমস্যা দূৰ হ’ব৷ পূৰ্বে কৰোবাত বিনিয়োগ কৰিলে তাৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব৷ পূৰ্বৰ বিনিয়োগৰ পৰা কাইলৈ ভাল ৰিটাৰ্ণ লাভ কৰাৰ সম্ভাৱনা আছে৷ কোনো সমস্যা থাকিলে মুক্তি পাব৷ কোনো অতিৰিক্ত কামৰ দায়িত্ব লাভ কৰিব পাৰে৷

মীন ৰাশি

৪মেত ৰবি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপোনাৰ শুভ হ’ব৷ হঠাৎ অৰ্থলাভ হ’ব পাৰে৷ সমাজ সেৱামূলক কাম কৰাৰ ফলত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব মীন ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি যি কামতেই হাত দিয়ে তাতেই সফলতা পাব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
Next Post
কভিছিল্ডৰ ছাইড এফেক্ট! এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? টিটিএছ ৰোগ কি? জানক সবিশেষ

কভিছিল্ডৰ ছাইড এফেক্ট! এইকেইটা লক্ষণ দেখা দিছে নেকি আপোনাৰ শৰীৰত? টিটিএছ ৰোগ কি? জানক সবিশেষ

MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.