• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?

৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?

1 year ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

23 minutes ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

1 hour ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

2 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

4 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

4 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

5 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

6 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

6 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

18 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

18 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

19 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?

৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?

editor by editor
December 19, 2024
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
৫বছৰ ধৰি মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰে? SIP নে RD বেছি লাভজনক?
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ টকা জমা কৰি সঞ্চয়ৰ ক্ষেত্ৰত জনপ্ৰিয় SIP আৰু RD প্ৰকল্প৷ বিনিয়োগকাৰীসকলৰ বহুতেই ধাৰণা কৰে যে, লাভৰ ক্ষেত্ৰত আগুৱাই আছে SIP, মিউচুৱেল ফাণ্ডৰ মাধ্যমতো SIPত বিনিয়োগ কৰিব পাৰিব৷ এই সকলো প্ৰকল্প অৱশ্যে বজাৰৰ ওপৰত নিৰ্ভৰশীল৷ এইক্ষেত্ৰত মুঠৰ ওপৰত এছ আই পিৰ পৰা প্ৰাপ্তিৰ কোনো স্থিৰতা নাই৷ অৰ্থাৎ বিনিয়োগৰ শেষত নিৰ্দিষ্টভাৱে ক’ব নোৱাৰি যে বিনিয়োগৰাকীয়ে কিমান টকা উভতাই পাব৷

ৰেকাৰিং ডিপজিট বা RD

নিৰাপদ বিনিয়োগৰ অন্যতম মাধ্যম হৈছে ৰেকাৰিং ডিপজিট৷ তাতেই প্ৰতি মাহে এটা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ জমা কৰিব পাৰি৷ এই ক্ষেত্ৰত বেংক বা পষ্ট অফিচত সুদৰ হাৰ নিৰ্দিষ্ট কৰা থাকে আৰু এই হাৰত ৰেকাৰিং ডিপজিটৰ সম্পূৰ্ণ ম্যাদ পৰিবৰ্তন নহয়৷ ম্যাদপূৰ্তিত সুদসহ ধন বিনিয়োগকাৰীৰ একাউণ্টলৈ যায়?

সাধাৰণতে ৰেকাৰিং ডিপজিটৰ ম্যাদ ৬মাহৰ পৰা ১০ বছৰ পৰ্যন্ত হ’ব পাৰে৷ বেংক অথৱা পষ্ট অফিচত এই আৰ ডি কৰিব পাৰে৷ ইয়াত বিনিয়োগৰ সুবিধা হৈছে নিৰ্দিষ্ট সময়সীমা পাৰ কৰিলে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ হাতত আহিবই৷ এই অংক নিৰ্ভুলভাৱে বিনিয়োগৰ আৰম্ভণিতেই আপুনি জানিব পাৰে৷ তাত ধন হেৰুৱাৰো কথা নাই৷

ৰেকাৰিং ডিপজিটত পষ্ট অফিচত ৫বছৰৰ ম্যাদত প্ৰতি মাহে ৫ হাজাৰ টকাকৈ জমা কৰিলে সুদ পাব ৬.৭শতাংশ৷ ফলত সুদ বাঢ়ি হ’বগৈ ৫৬,৮৩০টকা৷ এই হিচাপত ৫বছৰত পাব ৩,৫৬,৮৩০ টকা৷

ৰেকাৰিং বা টাৰ্ম ডিপজিট বা SIP

এছ আই পিত শেষ প্ৰাপ্তিৰ ভাণ্ডাৰ আৰ ডিৰ পৰা বেছি হ’লেও এক নিৰ্দিষ্ট লাভ হ’ব বুলি স্পষ্টকৈ ক’ব নোৱাৰি৷ অৰ্থাৎ এছ আই পিত বিনিয়োগ নিশ্চিত নহয়৷ বিশেষজ্ঞই অৱশ্যে কয় যে এছ আই পিত সাধাৰণ ৰিটাৰ্ণ ১২শতাংশ হাৰত পোৱা যায়৷ চক্ৰবৃদ্ধিৰ কাৰণে এয়া অতি দ্ৰুত গতিত বাঢ়ে৷ এইক্ষেত্ৰত আপুনি যদি প্ৰতিমাহে ৫ হাজাৰকৈ ৫ বছৰৰ জমা কৰে তেতিয়া সুদ পাব ১২ শতাংশ হাৰত৷ সুদৰ পৰিমাণ হ’ব ১,১২,৪৩২ টকা৷ অৰ্থাৎ ৫বছৰত জমা কৰা ৩লাখৰ ওপৰত সুদসহ পাব ৪, ১২,৪৩২ টকা৷ এই ক্ষেত্ৰত এই পৰিমাণ আৰ ডিৰ প্ৰায় দ্বিগুণ৷ যদি ৰিটাৰ্ণ ১২শতাংশতকৈ বেছি হয় তেতিয়া দ্বিগুণৰো বেছি লাভ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!
স্বাস্থ্য

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

March 16, 2026
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?
বাণিজ্য

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
Next Post
জানমনিৰ বিয়া! ৰিয়েল লাইফত বিয়াত বহিল শ্যামন্তিকা শৰ্মা? দৰা কোন?

জানমনিৰ বিয়া! ৰিয়েল লাইফত বিয়াত বহিল শ্যামন্তিকা শৰ্মা? দৰা কোন?

বিলাসী গাড়ী, একাধিক বাংলো, প্ৰভাছৰ মুঠ সম্পত্তিৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি

বিলাসী গাড়ী, একাধিক বাংলো, প্ৰভাছৰ মুঠ সম্পত্তিৰ পৰিমাণ শুনিলে আচৰিত হ'ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.