অসম লাইভ ২৪ঃ কোভিডক লৈ গুৱাহাটী মহানগৰ প্ৰশাসনৰ বিশেষ নির্দেশনা। কোভিডক লৈ কঠোৰ মহানগৰ প্ৰশাসন। মাস্ক নিপিন্ধিলে ভৰিব লাগিব ৫০০ টকাৰ জৰিমনা। কঠোৰভাৱে বলবৎ হ’ব মাস্ক পৰিধান কৰা নিয়ম। কণ্টেইনমেণ্ট জ’নক লৈও মন্তব্য উপায়ুক্তৰ। কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে এই সিদ্ধান্ত। দীপাৱলীক লৈ নতুন sop নাই মহানগৰ প্ৰশাসনৰ। পূর্বৰ sop মতেই বাহাল থাকিব নীতি-নিয়ম। প্ৰদূষণ নিয়ন্ত্ৰণ ব’র্ডে জাৰি কৰা নির্দেশনাই বাহাল থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ