• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু

ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

3 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

4 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

6 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

7 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

7 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

8 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

9 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

9 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

10 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

10 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু

editor by editor
April 11, 2024
in ভাৰত
0
ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু

ঈদৰ উলহ-মালহৰ মাজতে এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে । এখন স্কুলীয়া বাছ দুৰ্ঘটনাৰ সন্মুখিন হয়। যাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাই ৬ টিকৈ শিশুৱে। লগতে আহত বহুতো।

এই শোকাৱহ ঘটনা সংঘটিত হৈছে হাৰিয়ানাত। যি দুৰ্ঘটনা ফলত বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে ৬ টি কৈ শিশুৱে। আনহাতে ১৫ টি শিশু গুৰুতৰভাৱে আহত। বাছখনে ৩০ টি শিশু কঢ়িয়াই নিছিল ।

ৰাজ্যখনৰ মহেন্দ্ৰগড় জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জানিব দিয়া অনুসৰি, ঈদৰ বন্ধ আছিল তথাপি বিদ্যালয় খোলা ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই।

আনহাতে ইয়াকো কয় যে, দুৰ্ঘটনাত পতিত হোৱা বাছ খনৰ ২০১৮ চনতেই ফিটনেছ চাৰ্টিফিকেটৰ ম্যাদ উকলি গৈছে। লগতে স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি দু্ৰ্ঘটনাৰ সময়ত বাছখনৰ চালকে মদ্যপান কৰি ৰাখিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্স (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে স্কুল বাছ দুৰ্ঘটনাত মৃত্যুক লৈ শোক প্ৰকাশ কৰাৰ লগতে স্থানীয় প্ৰশাসনৰ দ্বাৰা আহত শিশুসকলক সহায় আগবঢ়োৱা হ’ব বুলি আশ্বাস দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: eidharyanaroad accidentSchool BusSchool Bus Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

এখন ফ্লাইটৰ সাধাৰণ সহযাত্ৰীয়ে কেনেকৈ শিষ্টাচাৰ শিকাইছিল অমিতাভ বচ্চনক?

এখন ফ্লাইটৰ সাধাৰণ সহযাত্ৰীয়ে কেনেকৈ শিষ্টাচাৰ শিকাইছিল অমিতাভ বচ্চনক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.