• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

3 years ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

8 minutes ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

33 minutes ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

52 minutes ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

1 hour ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

2 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

3 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

3 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

4 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

4 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

4 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

editor by editor
July 25, 2023
in নিয়োগ, বিবিধ, ভাৰত
0
দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ এক কোটিতকৈয়ো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভালখবৰ। মহাৰ্ঘভাটা(DA) বৃদ্ধি হৈছে কেন্দ্ৰীয় কৰ্মচাৰীৰ। কেন্দ্ৰীয় কৰ্মচাৰীৰ DA, ৪২ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে অক্টোবৰ-নৱেম্বৰ মাহত কৰিব পাৰে মহাৰ্ঘ ভাট্টাৰ বৃদ্ধি। ১ জুলাই ২০২৩ ৰ পৰা এই বৃদ্ধিৰ ধন লাভ কৰিব কৰ্মচাৰীয়ে। এইবাৰ দুৰ্গা পূজা আৰু দেৱালীত কৰ্মচাৰীয়ে লাভ কৰিব পাৰে এই উপহাৰ।

AICPI য়ে দিছে এই সংকেত?

AICPIয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ ৪ শতাংশ বৃদ্ধি হ’ব পাৰে। কৰ্মচাৰীসকল ইয়াৰ পৰা কিমান লাভান্বিত হ’ব?
সপ্তম দৰমহা আয়োগত, নিম্নতম মৌলিক দৰমহা হৈছে ১৮,০০০ টকা আৰু কেবিনেট সচিবৰ স্তৰত এই দৰমহা হৈছে ৫৬,৯০০ টকা। ডিএ বৃদ্ধি হ’লে ১৮,০০০ টকা লাভ কৰা কৰ্মচাৰীসকলৰ দৰমহা ৮৬৪০ টকাকৈ বৃদ্ধি পাব।

যিসকলৰ নুন্যতম দৰমহা মৌলিক দৰমহা ১৮,০০০ টকা।
নতুন মহাৰ্ঘভাতাত মাহে 8280 টকা বৃদ্ধি পাব।
মহাৰ্ঘভাতা বৃদ্ধি হৈ হৈছেগৈ ৮২৮০-৭৫৬০= ৭২০ টকা/মাহে
বাৰ্ষিক দৰমহা ৭২০X১২=৮২৪০টকা বৃদ্ধি

যিসকলৰ সৰ্বাধিক মৌলিক দৰমহা ৫৬,৯০০ টকা তেওঁলোকৰ
নতুন মহাৰ্ঘভাতা ২৬,১৭৪ টকা/মাহে বৃদ্ধি
বৰ্তমানলৈকে তেওঁলোকে লাভ কৰি আহিছে মহাৰ্ঘভাতা ২৩,৮৯৮ টকা/মাহ
মহাৰ্ঘভাতা বৃদ্ধি হৈছে ২৬১৭৪-২৩,৮৯৮=২২৭৬ টকা/মাহে
বাৰ্ষিক দৰমহা ২২৭৬X১২= ২৭৩১২ টকা বৃদ্ধি

বছৰত দুবাৰকৈ বৃদ্ধি পায় মহাৰ্ঘভাট্টা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মহাৰ্ঘ ভাট্টা (সপ্তম দৰমহা আয়োগ) প্ৰতি ৬ মাহত পুনৰীক্ষণ কৰে। AICPI তথ্যৰ ওপৰত ভিত্তি কৰি বছৰত দুবাৰকৈ মহাৰ্ঘভাতা বৃদ্ধি কৰা হয়। জানুৱাৰী আৰু জুলাইত এই বৃদ্ধি হয়। সাধাৰণতে, হোলীৰ পূৰ্বে জানুৱাৰীৰ বাবে মহাৰ্ঘভাতা (ডি.এ.) ঘোষণা কৰা হয়। জুলাইৰ মহাৰ্ঘভাট্টা দুৰ্গা পূজা বা দেৱালীৰ আগত ঘোষণা কৰা হয়। মুদ্ৰাস্ফীতিলৈ লক্ষ্য ৰাখিয়েই জুলাইত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মহাৰ্ঘভাতা (ডিএ) ৪ শতাংশ বৃদ্ধি হ’ব পাৰে।

এক কোটিতকৈও অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ’ব
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ মহাৰ্ঘ ভাট্টা (সপ্তম দৰমহা আয়োগ) বৃদ্ধিৰ ফলত দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰ লাভান্বিত হ’ব। চৰকাৰে এই বছৰ হোলীৰ সময়ত ডিএ ৪ শতাংশ বৃদ্ধি কৰিছিল। দ্বিতীয়বাৰৰ বাবে এই ডি.এ. ৪ শতাংশ পুনৰ বৃদ্ধি কৰা হ’ব বুলি প্ৰকাশ কৰিছে কেইবাটাও সূত্ৰই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
Next Post
যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.