• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত

2 years ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

17 minutes ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

44 minutes ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

23 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

24 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত

editor by editor
May 23, 2024
in বিশ্ব, ৰাজনীতি
0
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত

সকলোফালে এতিয়া নিৰ্বাচনী বতাহ। ভাৰতৰ লগতে বিশ্বৰো কেইখন মান দেশত নিৰ্বাচনী বতাহ বলা দেখা গৈছে। ভাৰতৰ লোকসভা নিৰ্বাচন, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, মেক্সিকোৰ সাধাৰণ নিৰ্বাচন, সদ্যহতে সমাপ্ত হোৱা ৰাছিয়াৰ নিৰ্বাচন আদি।

নিৰ্বাচন উলক্ষে নিৰ্বাচনী প্ৰচাৰতো ব্যস্ত ৰাজনৈতিক দল সমূহ। তাৰেই মাজেত আহিছে এক শিহৰণকাৰী ঘটনা। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে মেক্সিকোত প্ৰাণ হেৰুৱালে ৯গৰাকী লোকে। ইয়াৰ উপৰিয়ো অৰ্ধশতাধিক লোক আহত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বুধবাৰে মেক্সিকোত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰচণ্ড বতাহৰ ফলত নিৰ্বাচনী মঞ্চ ভাঙি পৰাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে এজন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আহত হয়, যাৰ ফলত লোকগৰাকীক চিকিৎসালয়তো ভৰ্তি কৰোৱা হয়।

https://x.com/V_of_Europe/status/1793544964766597166

উত্তৰ-পূব চহৰ ছান পেড্ৰ’ গাৰ্জা গাৰ্চিয়াত প্ৰচাৰ অভিযানৰ সময়তে সংঘটিত হোৱা এই ঘটনাত কমেও ৫৪ জন লোক আহত হৈছে আৰু ভাঙি পৰা মঞ্চৰ তলত আবদ্ধ হৈ কেইগৰাকীমানৰ মৃত্যু হৈছে।

মৃত্যু হোৱা লোকসকলৰ ভিতৰত এজন নাবালক আছে বুলি গৱৰ্ণৰ চেমুৱেল গাৰ্চিয়া চেপুলভেডাই X ত প্ৰকাশ কৰা এটা পোষ্টত জানিবলৈ দিয়ে। লগতে ইয়াকো কয় যে, আহতসকলৰ কিছুমান সুস্থিৰ হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত কিছুমানৰ অস্ত্ৰোপচাৰ চলি আছে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা গৈছে যে প্ৰচণ্ড ধুমুহাই মঞ্চখন ভাঙি পেলাইছে। মণ্টেৰেইৰ পৰা ওচৰৰ পৰ্যবেক্ষণত দেখা গৈছে যে ধুমুহা বতাহ আহিছিল যিয়ে কমেও ৪০ৰ পৰা ৫০ কিলোমিটাৰ (ঘণ্টাত প্ৰায় ২৫ৰ পৰা ৩০ মাইল) বেগেৰে বলিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: heavy windsMexico electionMexico election rallystage collapse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
Next Post
অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

জেঠ মাহত হনুমান আৰু শণি দেৱৰ বিশেষ প্ৰভাৱ থাকে, ভুলতো নকৰিব এই কেইটা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.