• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মই আঙুৰলতা ডেকাই কৈছোঁ…

মই আঙুৰলতা ডেকাই কৈছোঁ…

5 years ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

1 hour ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

2 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

3 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

3 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

4 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

4 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

5 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

5 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

6 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

6 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

16 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মই আঙুৰলতা ডেকাই কৈছোঁ…

editor by editor
May 4, 2021
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
মই আঙুৰলতা ডেকাই কৈছোঁ…
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল লাভ কৰাৰ পাছতেই আঙুৰলতা ডেকাৰ ফেচবুক পোষ্ট। ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পূৰ্বৰ বিধায়িকাগৰাকীয়ে। ২ মে’ত ঘোষিত হ’ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনত পৰাজয় বৰণ কৰে বটদ্ৰৱা সমষ্টিৰ পূৰ্বৰ বিধায়িকা আঙুৰলতা ডেকাই। ফেচবুক পোষ্টযোগে আঙুৰলতা ডেকাই উল্লেখ কৰেঃ

“সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু মোৰ দৃষ্টিভংগী৷

পোনপ্ৰথমেই বটদ্ৰৱাবাসী ৰাইজৰ জনাদেশক শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু ৰাইজে ৰাইজৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই অনাগত দিনত বটদ্ৰৱা সমষ্টিক উন্নয়নমুখী কৰি তোলক তাৰেই কামনা কৰিলোঁ৷ মোৰ ওপৰত বিশ্বাস ৰখা পঞ্চাশ হাজাৰৰো অধিক ৰাইজ আৰু বটদ্ৰৱাৰ প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ অক্লান্ত কাৰ্যকৰ্তাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ‘ম৷

বিগত ১৬ চনৰ নিৰ্বাচনত বটদ্ৰৱাত জয়ী হৈ প্ৰায় বিধ্বস্ত সমষ্টিটোৰ ৰাস্তা ঘাট আদি কৰি উন্নয়নৰ বহু কাম কৰাৰ চেষ্টা কৰিছিলোঁ আৰু লগতে এটা ক্ষেত্ৰত বিশেষ ভাৱে সৌভাগ্য লাভ কৰিছিলোঁ যে গুৰুজনাৰ ঐতিহ্য জড়িত বটদ্ৰৱা থানৰ ভূমি বেদখল মুক্ত কৰাৰ পৰা আৰম্ভ কৰি বিশ্ব সাংস্কৃতিক গৱেষণা কেন্দ্ৰ ‘#বটদ্ৰৱা_প্ৰকল্প‘ৰ নিৰ্মাণৰ কামৰ প্ৰাৰম্ভিক সকলো খিনি প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ সক্ষম হ‘লো৷ গুৰুজনাৰ স্মৃতি সংৰক্ষণৰ এই কাম ভাগ সম্পাদন কৰা সুযোগ তথা এই অনুপম অভিজ্ঞতাই মোক গোটেই জীৱন আহ্লাদিত কৰি ৰাখিব৷ এই সকলো বোৰ সম্ভৱ হৈ উঠিছিল বটদ্ৰৱা বাসী ৰাইজৰ মৰম আৰু সহযোগিতাৰ বাবে৷

এইবাৰৰ বিধান সভা নিৰ্বাচন কিছু ব্যতিক্ৰম আছিল৷ এইবাৰৰ নিৰ্বাচনত বটদ্ৰৱা সমষ্টিত নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিছিল সংখ্যালঘু ভোটাৰে৷ বটদ্ৰৱা সমষ্টিত জনগাঁথনিৰ প্ৰভাৱৰ ফলত সংখ্যালঘু ভোটাৰে একচেতীয়া ভাৱে কংগ্ৰেছৰ পক্ষত ভোটদান কৰাৰ বাবেই ভাৰতীয় জনতা পাৰ্টিয়ে পৰাজয় বৰণ কৰিব লগীয়া হ‘ল৷ সাম্প্ৰদায়িক মেৰুকৰণেৰে ইয়াক সম্পূৰ্ণ পৰিকল্পিত ভাৱে সম্পাদন কৰা হ‘ল৷ সংখ্যালঘুৰ দ্ৰুতগতিত জনসংখ্যা বৃদ্ধিয়ে খিলঞ্জীয়াক আজি বটদ্ৰৱাত সংখ্যালঘু কৰিলে৷

বটদ্ৰৱা সমষ্টিৰ দৰে এক সংখ্যালঘু বসতি প্ৰধান সমষ্টিত ভাৰতীয় জনতা পাৰ্টি পৰাজয় বৰণ কৰাতো একো অস্বাভাৱিক নহয় য‘ত এ আই ইউ ডি এফৰ দৰে উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ সহযোগত কংগ্ৰেছ দলে খিলঞ্জীয়াৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷

সদ্যঘোষিত নিৰ্বাচনী ফলাফলৰ বিশ্লেষণে এইটো তথ্যকেই আমাৰ দৃষ্টিগোচৰ কৰিছে যে এইবাৰৰ নিৰ্বাচনত সংখ্যালঘু সমাজ খনে উন্নয়নক একাষৰীয়া কৰি সম্পূৰ্ণ ধৰ্মৰ ভিত্তিত ভোটদান কৰিছিল৷ সংখ্যালঘু অঞ্চলত উন্নয়ন মূলক কাম তথা সমবিকাশৰ চিন্তাধাৰা তেনেই ভিত্তিহীন বুলি প্ৰমাণিত হ‘ল৷ বটদ্ৰৱাৰ বাবে ই চৰম দুৰ্ভাগ্যজনক৷

অন্য এটা প্ৰসংগ : মই কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীক চোকা সমালোচনা কৰাটোক বহুতে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে সকলোকে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মোৰ কৰ্মভূমি বটদ্ৰৱাত আহি এগৰাকী ৰাষ্ট্ৰীয় নেত্ৰীয়ে মোক ব্যক্তিগত ভাৱে অতি তুচ্ছ তাচ্ছিল্য কৰি আক্ৰমণ তথা অপমান কৰাৰ প্ৰশ্নৰ উত্তৰত এজন সাংবাদিকক তথা এটা সংবাদ প্ৰতিষ্ঠানত মই সেই গৰাকী ৰাষ্ট্ৰীয় নেত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ বাধ্য হৈছিলোঁ৷ নিজৰ ঘৰত আহি কোনোৱে মোক তুচ্ছ তাচ্ছিল্য কৰি ব্যক্তিগত আক্ৰমণ কৰা কাৰ্যক মই সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাছিলোঁ৷

ৰাজনৈতিক প্ৰতিদ্বন্দ্বীতাত সদায় জয় পৰাজয় থাকেই৷ কাৰোবাৰ জয়ত বহুতে আনন্দ কৰিব আৰু বহুতে দুখ কৰিব৷ এয়াই ৰাজনীতি, এইয়া সকলো সময়ৰ খেল৷ ধৈৰ্য্যয়েই হৈছে শক্তি৷ গতিকে যি লক্ষ্যৰে ৰাজনীতিৰ পথাৰত ভৰি থৈ অনাগত দিনৰ বাবে ওলাই আহিছোঁ, সেই লক্ষ্যত উপনীত হ‘বৰ বাবে যিমান পাৰোঁ কষ্ট কৰি যাম৷ সমাজৰ হৈ আছিলোঁ আছো আৰু সদায় থাকিম৷ বটদ্ৰৱাৰ উন্নয়ন হওক৷ ধন্যবাদ৷”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: angoorlata dekaasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
Next Post
২৭ বছৰীয়া সংসাৰ ভাগিল বিল গেটছৰ

২৭ বছৰীয়া সংসাৰ ভাগিল বিল গেটছৰ

কোন কোন সোমাব নতুন মন্ত্ৰীসভাত?

কোন কোন সোমাব নতুন মন্ত্ৰীসভাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.