ৰাজ্যৰ বিভিন্ন স্থানত গৰাখহনীয়া। চাবুৱাত ডিব্ৰু নদীৰ প্ৰবল গৰাখহনীয়া। টুলুঙা নাৱেৰে প্ৰতিদিনে পাৰ হ’ব লগা হয় শ শ ৰাইজ।