এজন আৰক্ষী বিষয়াৰ ব্যতিক্ৰমী কাম। বগৰীবাৰীৰ মহামায়া মন্দিৰত জীৱ-জন্তুক যোগান ধৰিছে খাদ্য। নাম তেওঁৰ ত্ৰিনয়ন ভূঞা।