• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্য চৰকাৰৰ তৃতীয় কেবিনেট বৈঠকত কি কি সিদ্ধান্ত?

ৰাজ্য চৰকাৰৰ তৃতীয় কেবিনেট বৈঠকত কি কি সিদ্ধান্ত?

5 years ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

10 minutes ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

1 hour ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

13 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

14 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

15 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

16 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

17 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

17 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

18 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

18 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

19 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্য চৰকাৰৰ তৃতীয় কেবিনেট বৈঠকত কি কি সিদ্ধান্ত?

editor by editor
May 26, 2021
in অসম, ৰাজনীতি
0
ৰাজ্য চৰকাৰৰ তৃতীয় কেবিনেট বৈঠকত কি কি সিদ্ধান্ত?
0
SHARES
549
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বুধবাৰে সম্পন্ন হ’ল নতুন ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এলানিমান সিদ্ধান্ত।

এই সিদ্ধান্তসমূহ এনেধৰণৰ—

এতিয়াৰে পৰা সমাজ কল্যাণ বিভাগে ‘দীনদয়াল দিব্যাংগ যোজনা’ৰ চিলিং বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব নালাগে। বিভাগটোৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে নিজে ফাইল ক্লীয়েৰ কৰিব পাৰিব, কোষাগাৰলৈ যাব।

প্ৰত্যেক মাহৰ ১০ তাৰিখে কেইবাখনো আঁচনিৰ হিতাধিকাৰীয়ে নিজ নিজ একাউণ্টত লাভ কৰিব নিৰ্দিষ্ট ধনৰাশি। সেই মৰ্মে, কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ ১৩ লাখ হিতাধিকাৰীয়ে ২৫০ টকাকৈ, ইন্দিৰা মিৰি বিধৱা পেন্সনৰ ১ লাখ ৭০ হাজাৰ হিতাধিকাৰীয়ে ৩০০ টকাকৈ আৰু দীনদয়াল দিব্যাংগ যোজনাৰ ১ লাখ ৬০ হাজাৰ হিতাধিকাৰীয়ে ১,০০০ টকাকৈ প্ৰতিমাহৰ ১০ তাৰিখে নিজ নিজ একাউণ্টত ধনৰাশি লাভ কৰিব।

বড়ো ভূমিৰ প্ৰশাসনিক সংস্কাৰৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। BTRৰ ৪ খন জিলাৰ বাবে ‘ৱেলফেয়াৰ অব্ বড়োলেণ্ড ডিপাৰ্টমেণ্ট’ নামেৰে এটা সুকীয়া বিভাগ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি ‘বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ’ খোলাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় যাতে বড়োভূমিৰ প্ৰশাসনিক কাম-কাজ দ্ৰুততৰ হৈ উঠে। ষ্টাফ কলেজৰ অট্টালিকা নিৰ্মাণ প্ৰক্ৰিয়াত হয়তো দুবছৰ সময়ৰ প্ৰয়োজন হ’ব পাৰে। এই ক্ষেত্ৰত BTC প্ৰশাসনে চৰকাৰী কাৰ্যালয় এটা উলিয়াই ল’ব পাৰে। যদি সেয়াও সম্ভৱ নহয়, ষ্টাফ কলেজৰ বাবে ঘৰ ভাড়াতো ল’ব পাৰে। মুঠতে এই সিদ্ধান্ত তাৎক্ষণিকভাৱে বলৱৎ হ’ব।

‘গাৰ্ডিয়েন মিনিষ্টাৰ ফৰ্ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন’ৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। একোগৰাকী মন্ত্ৰীক এখন-দুখন বা তিনিখন জিলাৰ গাৰ্ডিয়েন মিনিষ্টাৰৰ দায়িত্ব প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকী সাধাৰণ জনতাৰ নহয়, জিলা প্ৰশাসনৰহে অভিভাৱক হ’ব।

 

    1. মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস              বঙাইগাঁও, ধুবুৰী, বৰপেটা জিলা
    2. মন্ত্ৰী অতুল বৰা                         ডিব্ৰুগড়, তিনিচুকীয়া জিলা
    3. মন্ত্ৰী ইউ জি ব্ৰহ্ম                       বাক্সা, চিৰাং জিলা
    4. মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী         দৰং, কামৰূপ, কামৰূপ (মঃ) জিলা
    5. মন্ত্ৰী পৰিমল শুক্লবৈদ্য              কৰিমগঞ্জ, হাইলাকান্দি, হোজাই জিলা
    6. মন্ত্ৰী কেশৱ মহন্ত                     গোলাঘাট, মৰিগাঁও জিলা
    7. মন্ত্ৰী ৰণোজ পেগু                    যোৰহাট, শিৱসাগৰ জিলা
    8. মন্ত্ৰী অশোক সিংঘাল               কোকৰাঝাৰ, ওদালগুৰি, কাছাৰ জিলা
    9. মন্ত্ৰী যোগেন মহন                    কাৰ্বি আংলং, পঃ কাৰ্বি আংলং, ডিমা হাছাও জিলা
    10. মন্ত্ৰী সঞ্জয় কিষাণ                    ধেমাজি, লখিমপুৰ জিলা
    11. মন্ত্ৰী অজন্তা নেওগ                  নলবাৰী, গোৱালপাৰা, দঃ শালমাৰা জিলা
    12. মন্ত্ৰী পীয়ুষ হাজৰিকা                নগাঁও, শোণিতপুৰ, বিশ্বনাথ জিলা
    13. মন্ত্ৰী বিমল বৰা                         মাজুলী, চৰাইদেউ, বজালী জিলা

 

গাৰ্ডিয়েন মিনিষ্টাৰ অৰ্থাৎ অভিভাৱক মন্ত্ৰীসকলৰ লগত থাকিব একোগৰাকীকৈ সচিব। মন্ত্ৰী আৰু সচিবগৰাকীয়ে কমেও মাহে এবাৰকৈ জিলা সদৰ ভ্ৰমণ কৰিব লাগিব। যিকোনো দুৰ্যোগৰ সময়ত মন্ত্ৰীসকলে বাৰে বাৰে যাব লাগিব নিজ নিজ দায়িত্বত থকা জিলাসমূহলৈ। তেওঁলোকৰ ভ্ৰমণকালত প্ৰতিবাৰে অতিকমেও এখনকৈ ৰাজহ চক্ৰৰ কাৰ্যালয় পৰিদৰ্শন কৰিব লাগিব। চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’লে তেওঁলোকে চৰকাৰক পৰামৰ্শ আগবঢ়াব লাগিব। যিকোনো ভাল কামৰ বাবে ‘এৱাৰ্ড-ৰিৱাৰ্ড’ৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ আগবঢ়াব পাৰিব। জিলা প্ৰশাসন তথা অন্যান্য বিভাগৰ সহযোগত একোখনকৈ ‘ভিজন ডকুমেণ্ট’ প্ৰস্তুত কৰিব পাৰিব। আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিকল্পনা যুগুত কৰিব পাৰিব। জিলাখনৰ সম্পদৰাজি সন্দৰ্ভত অধ্যয়নৰ অন্তত জিলাখনৰ নিবনুৱাক নিয়োগ প্ৰদানৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিব। পুঁজিৰ প্ৰয়োজন হোৱা জিলাকেন্দ্ৰিক বিষয়ৰ বাবে অভিভাৱক মন্ত্ৰীগৰাকীয়ে চৰকাৰক পৰামৰ্শ আগবঢ়াব পাৰিব। এই পৰামৰ্শ দাখিল কৰিব লাগিব বাজেট দাখিলৰ কিছু পূৰ্বে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cabinetassam governmentassam live 24axom live 24cmhimanta biswa sarmapiyush hazarika
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
Next Post
বন্ধ হ’ব FACEBOOK, WHATSAPP, TWITTER!

বন্ধ হ’ব FACEBOOK, WHATSAPP, TWITTER!

কোভিড ভেকচিন লোৱা বিশ্বৰ প্ৰথমজন ব্যক্তিৰ মৃত্যু

কোভিড ভেকচিন লোৱা বিশ্বৰ প্ৰথমজন ব্যক্তিৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.