অসম বিধানসভা চৌহদ। বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী। আগফালে বৰচুৰিয়াৰ ফেৰ, পাছফালে ঢকুৱাৰ বেৰ। বিধানসভাৰ সন্মুখভাগ যেন উপবনহে। বিধানসভাৰ সন্মুখত কেউদিশে পুষ্প, লতিকা। বিধানসভাৰ পাছফালে সর্বত্ৰ লেতেৰা পৰিৱেশ। লেতেৰা-খেচেৰা টয়লেট, দুর্গন্ধময় পৰিৱেশ। বিধানসভা প্ৰাংগনত দ’ম দ’ম খালী মদৰ বটল। স্বচ্ছ ভাৰতৰ নগ্ন ছবি বিধানসভা প্ৰাংগনত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ