• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন দেশত ধর্ষণৰ শাস্তি হিচাপে অপৰাধীক ইনজেকচনৰ জৰিয়তে বনোৱা হয় নপুংসক

এইখন দেশত ধর্ষণৰ শাস্তি হিচাপে অপৰাধীক ইনজেকচনৰ জৰিয়তে বনোৱা হয় নপুংসক

5 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

2 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

2 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

3 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

3 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

4 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

5 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

8 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

8 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

10 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এইখন দেশত ধর্ষণৰ শাস্তি হিচাপে অপৰাধীক ইনজেকচনৰ জৰিয়তে বনোৱা হয় নপুংসক

editor by editor
August 12, 2021
in অপৰাধ
0
এইখন দেশত ধর্ষণৰ শাস্তি হিচাপে অপৰাধীক ইনজেকচনৰ জৰিয়তে বনোৱা হয় নপুংসক
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ধর্ষণ— কাকতে, টিভিয়ে সততে শুনিবলৈ পোৱা এটা শব্দ। এই শব্দটোৱেই এটা বিশ্বজুৰি আতংকৰ কাৰণ হৈ পৰিছে। সমাজৰ মাৰাত্মক ব্যাধিৰূপে চিহ্নিত হৈছে ধর্ষণকার্য। এচাম বিকৃত মানসিকতাৰ লোকৰ কবলৰ পৰা সাৰি যাব পৰা নাই ফুলকুমলীয়া শিশু। সাৰিব পৰা নাই কিশোৰী, যুৱতী তথা বয়স্থ মহিলা৷ ধর্ষণকাৰীৰ বিৰুদ্ধে ভাৰতকে ধৰি বিভিন্ন দেশত কঠোৰতম শাস্তিৰ বিধান আছে যদিও সেই শাস্তিক ভ্ৰূক্ষেপ নকৰি সময়-সুযোগ পালেই এচামে উদ্যত হৈ উঠে এনে জঘন্য কর্মৰ বাবে ৷ যাৰ ফলত দিনক দিনে বৃদ্ধি পাব ধৰিছে ধর্ষণৰ ঘটনা। গতিকে এনে জঘন্য অপৰাধ নির্মূল কৰাৰ বাবে শিশুক যৌন আতিশায্য চলোৱাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগৰ পদক্ষেপ গ্ৰহণ কৰিছে কাজাখাস্তানে৷ দেশখনত শিশুক যৌন উৎপীড়ন চলোৱা অপৰাধীক নপুংসক বনাই আছে৷ আনকি যৌন অপৰাধীক সতর্ক কৰাৰ বাবে প্ৰশাসনে গণমাধ্যমৰ জৰিয়তে প্ৰচাৰো চলাইছে৷ বিট্ৰেইনৰ কাকত ‘ডেইলি মেইল’ৰ ৰিপোর্ট অনুসৰি কাজাখাস্তানত নিয়মিতভাৱে এনে অপৰাধীক ইনজেকচনৰ জৰিয়তে নপুংসক বনোৱা হৈ আছে৷ জে’লত দীর্ঘদিনীয়া শাস্তি ভোগ কৰাৰ পিছতো ইয়াৰ পৰা হাত সাৰিব পৰা নাই শিশুক যৌন উৎপীড়ন চলোৱা অপৰাধী৷ জে’লৰ পৰা বাহিৰ ওলোৱাৰ পিছতো এনে অপৰাধীক ইনজেকচন দিয়াৰ বিধান কৰা হৈছে৷ নপুসংক বনোৱা এজন অপৰাধীয়ে ইনজেকচন লোৱাৰ পিছত টেলিভিচনৰ পর্দাত ইয়াক বর্বৰ খাখ্যা দিছে আৰু এই প্ৰক্ৰিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ দাবী জনাইছে৷ তেওঁ কয় যে তেওঁৰ আটাইতকৈ ডাঙৰ শত্ৰুকো এই শাস্তি দিয়াতো নিবিচাৰে৷ আন এজন অপৰাধীয়ে টেলিভচনৰ সন্মুখত কয়— ‘মই দুখিত যে মই এনেকুৱা অপৰাধ কৰিছো৷ মই মোৰ উদাহৰণৰ দ্বাৰা অন্য পুৰুষক ক’ব বিচাৰো যে এনেকুৱা ভয়ানক অপৰাধ কৰিব নালাগে৷ মই তেওঁলোকক ক্ষমা ভিক্ষা বিচাৰিছো, যিয়ে নপুংসক বনোৱাৰ আদেশ দিছে, তেওঁ এই আদেশ প্ৰত্যাহাৰ কৰা উচিত৷ মোৰ বয়স বহুত কম৷’ স্কুলীয়া ছাত্ৰী বলাৎকাৰ কৰা এজন ৫০ বছৰীয়া অপৰাধীয়ে নপুংসক বনোৱা এই শাস্তিৰ বিষয়ে জানি হুক হুকাই কান্দি উঠিছে৷ কেৱল এয়াই নহয় এনেকুৱা অপৰাধী জে’লৰ পৰা ৰেহাই হোৱাৰ পিছত তেওঁলোকৰ ফটো, নাম আৰু ঠিকনা প্ৰকাশ কৰাৰো আইনী বিধান আছে৷ কাজাখাস্তান চৰকাৰৰ দাবী যে এই কঠোৰ শাস্তিৰ বিধানৰ বাবে দেশখনত শিশুৰ ওপৰত হোৱা যৌন উৎপীড়নৰ ঘটনা ১৫ শতাংশ নিম্নগামী হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24impotentrape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?
অসম

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

September 26, 2026
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 
অসম

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

September 26, 2026
Next Post
এটি শিশুৰ আশ্চর্যজনক ৰিপোর্টিং। ভিডিঅ’টি শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে, চাওক VIDEO

এটি শিশুৰ আশ্চর্যজনক ৰিপোর্টিং। ভিডিঅ’টি শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে, চাওক VIDEO

১ বছৰত ২২ গ্ৰাম লিপষ্টিক খাই এগৰাকী মহিলাই

১ বছৰত ২২ গ্ৰাম লিপষ্টিক খাই এগৰাকী মহিলাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.