• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা ২০২১ ঘোষণা

সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা ২০২১ ঘোষণা

5 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

11 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

40 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

1 hour ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

2 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

2 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

6 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা ২০২১ ঘোষণা

editor by editor
August 15, 2021
in অসম
0
সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা ২০২১ ঘোষণা
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৭৫ তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ  হাউলীৰ প্ৰতিষ্ঠিত বেচৰকাৰী সংস্থা ‘ছাবলাইম ফাউণ্ডেচন’ৰ উদ্যোগত অসমৰ প্ৰবীণ সাহিত্যিকসকলক স্বীকৃতি দিয়াৰ মানসেৰে ‘সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা ২০২১’ ঘোষণা কৰা হৈছে। এইবাৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। বিশিষ্ট সাহিত্যিকসকল ক্ৰমে— গুৱাহাটীৰ অধ্যাপক ড° আতোৱাৰ ৰহমান, বৰপেটাৰ বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ আৰু সাহিত্যিক আবুল হুছেইন। বঁটাসমূহ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসত বৰপেটা জিলাৰ হাউলীত অৱস্থিত ছাবলাইম একাডেমিত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত প্ৰদান কৰা হ’ব। এই কথা জনাইছে হাউলীৰ ছাবলাইম ফাউণ্ডেচনৰ সভাপতি ড° দেৱান নজৰুল কাদিৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24dewan abdul kadir sahitya bota 2021
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

March 19, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
Next Post
ভূপেন বৰাই আঁজুৰি আনিলে অসমীয়াৰ স্বাভিমান আৰু মৰ্যাদা

ভূপেন বৰাই আঁজুৰি আনিলে অসমীয়াৰ স্বাভিমান আৰু মৰ্যাদা

‘ফ্ৰী পেট্ৰ’ল’ৰ বাবে BJPৰ কর্মকর্তাৰ মাৰপিট, আৰক্ষীৰ লাঠীচার্জ

‘ফ্ৰী পেট্ৰ’ল’ৰ বাবে BJPৰ কর্মকর্তাৰ মাৰপিট, আৰক্ষীৰ লাঠীচার্জ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.