• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ফ্ৰী পেট্ৰ’ল’ৰ বাবে BJPৰ কর্মকর্তাৰ মাৰপিট, আৰক্ষীৰ লাঠীচার্জ

‘ফ্ৰী পেট্ৰ’ল’ৰ বাবে BJPৰ কর্মকর্তাৰ মাৰপিট, আৰক্ষীৰ লাঠীচার্জ

5 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

5 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

5 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

5 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

6 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

6 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

8 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

9 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

10 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

11 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

12 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ফ্ৰী পেট্ৰ’ল’ৰ বাবে BJPৰ কর্মকর্তাৰ মাৰপিট, আৰক্ষীৰ লাঠীচার্জ

editor by editor
August 16, 2021
in ভাৰত
0
‘ফ্ৰী পেট্ৰ’ল’ৰ বাবে BJPৰ কর্মকর্তাৰ মাৰপিট, আৰক্ষীৰ লাঠীচার্জ
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পেট্ৰ’লৰ মূল্যই চেঞ্চুৰী পাৰ কৰিছে। তেনে সময়তে বিনামূলীয়াকৈ ১ লিটাৰ পেট্ৰ’ল পোৱাটো সৰু কথা নহয়। সেয়ে বিনামূলীয়া পেট্ৰ’ল নিবলৈ বিজেপিৰ কর্মকর্তাৰ মাজত লাগে খোৱা-কামোৰা। আনকি মাৰপিটতো লিপ্ত হয় তেওঁলোক। অৱশেষত আৰক্ষীয়ে লাঠীচার্জ কৰি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি। ঘটনা উত্তৰ প্ৰদেশৰ। ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিজেপি বিধায়ক সঞ্জয় কুমাৰ গুপ্তাই আয়োজন কৰিছিল ‘ত্ৰিৰংগা যাত্ৰা’ৰ। এই যাত্ৰাত মানুহ গোটাৱাৰ উদ্দেশ্যৰে বিধায়কগৰাকীয়ে যাত্ৰাত অংশগ্ৰহণকাৰীসকলক ১ লিটাৰকৈ বিনামূলীয়াকৈ পেট্ৰ’ল দিয়াৰ কথা ঘোষণা কৰিছিল। দিনৰ ৩ বজাত আৰম্ভ হ’বলগীয়া ত্ৰিৰংগা যাত্ৰাৰ পূর্বে হাজাৰোধিক বটলত প্ৰেট্ৰ’ল ভৰাই খোলা আকাশৰ তলতে এখন স্কুল চৌহদত ৰাখিছিল। ফ্ৰী পেট্ৰ’লৰ কথা শুনি হাজাৰ হাজাৰ বিজেপি কর্মীয়ে ত্ৰিৰংগা যাত্ৰাত ভাগ ল’বলৈ স্কুল চৌহদত উপস্থিত হয় আৰু পেট্ৰ’ল লোৱাৰ বাবে খোৱা-কামোৰা লাগে। কেৱল সেয়াই নহয় মাৰপিটতো লিপ্ত হয় তেওঁলোক। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচার্জ কৰে। ইপিনে পেট্ৰ’ল বিতৰণ তথা মাৰপিট সম্বন্ধে বিধায়ক সঞ্জয় কুমাৰ গুপ্তাক সোধা প্ৰশ্নত বিধায়কগাৰীকেয় ইয়াৰ বাবে বিৰোধী দল দায়ী বুলি উল্লেখ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24free petrol
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

June 13, 2026 - Updated on June 14, 2026
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

June 13, 2026
Next Post
প্ৰকাশৰ পথত ‘সংক্ষিপ্ত অসম বিশ্বকোষ’

প্ৰকাশৰ পথত ‘সংক্ষিপ্ত অসম বিশ্বকোষ’

মঙলবাৰে ঘৰ পাবহি ব্ৰঞ্জ বিজয়ী লাভলীনা

মঙলবাৰে ঘৰ পাবহি ব্ৰঞ্জ বিজয়ী লাভলীনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.