• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দণ্ডাধীশৰ ঘৰৰ এটি গিলাচ চুৰি, আৰক্ষী থানাত নিৰ্মম প্ৰহাৰ বনকৰা মহিলাক

দণ্ডাধীশৰ ঘৰৰ এটি গিলাচ চুৰি, আৰক্ষী থানাত নিৰ্মম প্ৰহাৰ বনকৰা মহিলাক

5 years ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

9 minutes ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

41 minutes ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

1 hour ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

2 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

3 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

4 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

5 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

5 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

23 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

23 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

24 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দণ্ডাধীশৰ ঘৰৰ এটি গিলাচ চুৰি, আৰক্ষী থানাত নিৰ্মম প্ৰহাৰ বনকৰা মহিলাক

editor by editor
August 20, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
দণ্ডাধীশৰ ঘৰৰ এটি গিলাচ চুৰি, আৰক্ষী থানাত নিৰ্মম প্ৰহাৰ বনকৰা মহিলাক
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰথমে দণ্ডাধীশৰ ঘৰৰ এটি গিলাচ চুৰি আৰু তাৰ পাছত এজন ব্যক্তিৰ আত্মহত্যাৰ ঘটনা৷ হৰেন্দ্ৰ নাথ ৰায় নামৰ ব্যক্তিগৰাকীৰ আত্মহত্যাৰ পাছতেই এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ অঞ্চল৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ কুৰিপাৰত৷ ঘটনাৰ বিৱৰনী অনুসৰি, ধুবুৰী জিলাৰ কুৰীৰপাৰৰ হৰেন্দ্ৰ নাথ ৰায়ৰ জীয়ৰী প্ৰতিমা ৰায় দীৰ্ঘ দিন ধৰি ধুবুৰীৰ এগৰাকী দণ্ডাধীশৰ বাসগৃহত আন এগৰাকীৰ সৈতে বনকৰা হিচাপে কাৰ্মৰত আছিল৷ কিন্তু দুদিন পূৰ্বে দণ্ডাধীশগৰাকীৰ বাসগৃহৰ পৰা নোহোৱা হয় এটা গিলাচ৷ গিলাচটো নোহোৱা হোৱাৰ বাবে  সন্দেহ কৰে বনকৰা মহিলা প্ৰতিমা ৰায়ক ৷  দণ্ডাধীশৰ ঘৰৰ পৰা মহিলা গৰাকীক উলিয়াই দিয়ে ৷ পিছত দণ্ডাধীশ গৰাকীয়ে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ দণ্ডাধীশৰ এজাহাৰৰ ভিক্তিত গৌৰীপুৰ আৰক্ষীয়ে বনকৰা মহিলা প্ৰতিমা ৰায়ক থানালৈ লৈ গৈ অকথ্য নিৰ্য্যাতন চলায়৷ গৌৰীপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাক্ষী নাথৰ বিৰূদ্ধে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। গৌৰীপুৰ থানাত জীয়ৰীৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰিব নোৱাৰি নিশা পিতৃয়ে চিপ লৈ আত্মহত্যা কৰে৷ আৰক্ষীৰ অত্যাচাৰত সুস্থভাৱে খোজ কাঢ়িৱ নোৱাৰা অৱস্থা হয় প্ৰতিমা ৰায়ৰ৷ এই ঘটনা সহজ ভাৱে ল’ব পৰা নাই কুৰিৰপাৰৰ স্থানীয় গাঁওবাসীয়ে ৷ আৰক্ষীয়ে হৰেন্দ্ৰ নাথ ৰায়ৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে প্ৰতিমাৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰৰ উচিত বিচাৰৰ দাবী কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ঘটনাস্থলীত ধুবুৰীৰ চক্ৰ বিষয়া উপস্থিত হয় যদিও পৰিস্থিতি উত্তপ্ত হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24dhubri suicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Next Post
একনায়কত্ববাদৰ পতন বিচাৰিছিল ৰাজীৱ গান্ধীয়ে

একনায়কত্ববাদৰ পতন বিচাৰিছিল ৰাজীৱ গান্ধীয়ে

পুনৰ কেঁকোৰা চেপা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ

পুনৰ কেঁকোৰা চেপা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.