অসম লাইভ ২৪ঃ গৰমৰ দিনত যদি ভৰিত ছানবার্ণ হয় বা গোৰোহা ফাটে, তেনেহ’লে আপুনি ঘৰতে Pedicure কৰিব পাৰে। এটা চৰিয়াত গৰম পানী লৈ তাত সামান্য চৌদা আৰু অলপ শ্বেম্বু মিহলাই লওক। সেই পানীখিনিত ভৰিদুখন ১০ মিনিট জুবুৰিয়াই থওক। তাৰ পাথত হাতেৰে ভৰিদুখন ঘঁহি দিয়ক। ভৰিদুখন পানীৰ পৰা উঠাই পৰিষ্কাৰ পানীৰে ধুই পেলাওক। এতিয়া টাৱেলেৰে পানী টুকি ক্ৰীম লগাই মাছাজ কৰিলে ছানবার্ণ আৰু গোৰোহা ফটাৰ পৰা উশম পাব। তদুপৰি গোৰোহা Sandal wood oil লগালেও ফটাৰ পৰা ৰক্ষা পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ