• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

4 months ago
সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

47 minutes ago
ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছতো কইনাই ভাঙিলে বিয়া, কাৰণ জানিলে হতবাক হ’ব আপুনিও!

ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছতো কইনাই ভাঙিলে বিয়া, কাৰণ জানিলে হতবাক হ’ব আপুনিও!

1 hour ago
৫.৮ লাখ টকীয়া বেছিন, ৬ লাখটকীয়া টেবুল; ৰাইজৰ বাবে মুকলি কেজৰিৱালৰ ‘Sheesh Mahal’

৫.৮ লাখ টকীয়া বেছিন, ৬ লাখটকীয়া টেবুল; ৰাইজৰ বাবে মুকলি কেজৰিৱালৰ ‘Sheesh Mahal’

2 hours ago
মানুহে নকৰে কি… জীৱিত অৱস্থাতে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা!

মানুহে নকৰে কি… জীৱিত অৱস্থাতে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা!

2 hours ago
মেকুৰী পোহা লোকৰ হ’ব পাৰে মগজুৰ ৰোগ!, গৱেষণাত ভয়ংকৰ তথ্য

মেকুৰী পোহা লোকৰ হ’ব পাৰে মগজুৰ ৰোগ!, গৱেষণাত ভয়ংকৰ তথ্য

3 hours ago
কিশোৰীৰে জ*ঘন্য কাণ্ড কৰি হ*ত্যা! দোষীক চৰম শা*স্তি ফাষ্টট্ৰেক আদালতৰ

কিশোৰীৰে জ*ঘন্য কাণ্ড কৰি হ*ত্যা! দোষীক চৰম শা*স্তি ফাষ্টট্ৰেক আদালতৰ

4 hours ago
PF সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ, জানক EPFOৰ এই নিয়ম

PF সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ, জানক EPFOৰ এই নিয়ম

4 hours ago
হোজাইত জঘন্য ঘটনা! দুই শিক্ষয়িত্ৰীক বৰ্বৰ আক্ৰমণ

হোজাইত জঘন্য ঘটনা! দুই শিক্ষয়িত্ৰীক বৰ্বৰ আক্ৰমণ

5 hours ago
এই ৩ ৰাশিৰ উজলিব ভাগ্য, পূৰ্ণ হ’ব পাৰে পুৰণি মনোকামনা

এই ৩ ৰাশিৰ উজলিব ভাগ্য, পূৰ্ণ হ’ব পাৰে পুৰণি মনোকামনা

5 hours ago
‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

22 hours ago
৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

22 hours ago
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

ওকনি দূৰ কৰাৰ ঘৰুৱা উপায়।

editor by editor
July 21, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মূৰত ওকনি হোৱাটো শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ৰে মাজত এক সাধাৰণ সমস্যা। ই মূৰৰ ছালত খজুৱতি, অস্বস্তি আৰু কেতিয়াবা সংক্রমণৰো সৃষ্টি কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে এই সমস্যাৰ পৰা সহজে মুক্তি পাব পাৰি। ওকনিৰ বাবে মূৰত খজুৱতি, অস্বস্তি আৰু কেতিয়াবা ছালত জ্বলা-পোৰাও হ'ব পাৰে। বিশেষজ্ঞসকলে কয় যে, ঘৰুৱা যত্নৰ লগতে প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আটাইতকৈ নিৰাপদ উপায়।

বিশেষজ্ঞসকলৰ মতে, ওকনি দূৰ কৰিবলৈ ঔষধযুক্ত এণ্টি-লাইচ শ্বেম্পু বা লোচন ব্যৱহাৰ কৰিব লাগে। ঔষধ ব্যৱহাৰৰ পিছত ফনীৰে চুলি ভালদৰে আঁচুৰি মৃত ওকনি আৰু কণী আঁতৰোৱাটো অত্যন্ত জৰুৰী। ইয়াৰ উপৰিও, ব্যৱহাৰ কৰা গামোচা, গাৰু আৰু বিচনাৰ চাদৰ গৰম পানীত ধুই শুকুৱাব লাগে। সৰিয়হৰ তেলত কর্পূৰ মিহলাই বা নিমপাত পিহি মূৰত লগালে ওকনি সহজে মৰে। তদুপৰি, চিকিৎসালয় বা ফার্মাচীৰ পৰা ওকনি মৰা তেল বা শ্বেম্পু আনি ব্যৱহাৰ কৰিব পাৰি।চিকিৎসকসকলে পৰামৰ্শ দিয়ে যে, যদি সাধাৰণ চিকিৎসাৰ পিছতো সমস্যা থাকে বা মূৰৰ ছালত ঘাঁ, অধিক খজুৱতি বা সংক্রমণ দেখা দিয়ে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

টিপচসমূহ

সূক্ষ্ম দাঁতৰ ফনী ব্যৱহাৰ কৰক।
নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।
নিয়মীয়াকৈ চুলি ধুই পৰিষ্কাৰ ৰাখিলে ওকণিৰ বংশ কমাবলৈ সহায় কৰে।
ব্যক্তিগত সামগ্ৰী ভাগ-বতৰা নকৰিব, যেনে কাপোৰ, গামোচা, টুপী, গাৰু আদি।

ভুল নকৰিব

বহুলোকে কয় কেৰাচিন, পেট্ৰ’ল, ডিজেল, কীটনাশক বা আন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ মূৰত ব্যৱহাৰ কৰিলে ওকনি কমে কিন্তু সেয়া নকৰিব। এইবোৰে ছাল আৰু স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। যদি ঘৰুৱা উপায়ে ফল নিদিয়ে, বা মূৰত ঘাঁ, অধিক খজুৱতি বা সংক্রমণ দেখা দিয়ে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধযুক্ত এণ্টি-লাইচ শ্বেম্পু বা লোচন ব্যৱহাৰ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?
জীৱনশৈলী

সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

November 27, 2026
ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছতো কইনাই ভাঙিলে বিয়া, কাৰণ জানিলে হতবাক হ’ব আপুনিও!
বিবিধ

ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছতো কইনাই ভাঙিলে বিয়া, কাৰণ জানিলে হতবাক হ’ব আপুনিও!

November 27, 2026
৫.৮ লাখ টকীয়া বেছিন, ৬ লাখটকীয়া টেবুল; ৰাইজৰ বাবে মুকলি কেজৰিৱালৰ ‘Sheesh Mahal’
ৰাজনীতি

৫.৮ লাখ টকীয়া বেছিন, ৬ লাখটকীয়া টেবুল; ৰাইজৰ বাবে মুকলি কেজৰিৱালৰ ‘Sheesh Mahal’

November 27, 2026
মানুহে নকৰে কি… জীৱিত অৱস্থাতে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা!
বিবিধ

মানুহে নকৰে কি… জীৱিত অৱস্থাতে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা!

November 27, 2026
Next Post
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে'লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.