• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাৰ কবলত বচ্চন পৰিয়াল

ক’ৰোনাৰ কবলত বচ্চন পৰিয়াল

6 years ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

14 minutes ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

43 minutes ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

1 hour ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

2 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

3 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

4 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

5 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

5 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

5 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

7 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

8 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ক’ৰোনাৰ কবলত বচ্চন পৰিয়াল

অমিতাভ বচ্চন, অভিষেক বচ্চন কোভিড পজিটিভ

editor by editor
July 12, 2020
in চিনেমা
0
ক’ৰোনাৰ কবলত বচ্চন পৰিয়াল
33
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাৰ কবলত ‘জলসা’। বিগ বিৰ বাসগৃহ জলসাত ক’ৰোনা সংক্ৰমণ। প্ৰথমে আক্ৰান্ত হ’ল অমিতাভ বচ্চন। তাৰ পাছত ক’ৰোনা পজিটিভ পুত্ৰ অভিষেক বচ্চন। বিগ বিৰ দৰে অভিষেক বচ্চনেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনালে ক’ভিড পজিটিভ হোৱাৰ কথা। লগতে সমূহ অনুৰাগীক চিন্তিত নহ’বৰ বাবেও জনাইছে দুয়োয়ে। ক’ৰোনাৰ সামান‍্য উপসর্গ শৰীৰত দেখা দিয়াৰ বাবে তেওঁলোক দুয়ো নানাৱতী হাস্পতালত ভর্তি হৈছে। পৰিয়ালৰ আনসকল অর্থাৎ ঐশ্বর্যৰায় বচ্চন, জয়া বচ্চনেও ক’ভিড-১৯ৰ পৰীক্ষা কৰিছে। অৱশ্যে দুয়োৰে ফলাফল নিগেটিভ। অভিষেক-ঐশ্বর্যৰ কণমানি সন্তান আৰাধ‍্যাৰো ৰিপোর্ট নিগেটিভ। ছ’চিয়েল মিডিয়াৰ জৰিয়তে অমিতাভ বচ্চনে সকলোকে অনুৰোধ ধৰিছে বিগত দহ দিনত তেওঁলোকৰ সংস্পর্শলৈ যিসকল লোক আহিছে তেওঁলোক আটায়ে যেন ক’ৰোনা পৰীক্ষা কৰায়। অমিতাভ, অভিষেকৰ এই খবৰে এতিয়া বলিউডৰ লগতে ছ’চিয়েল মিডিয়া তোলপাৰ লগাইছে। দুয়োৰে স্বাস্থ‍্যক লৈ উদ্বিগ্ন দেশৰ অনুৰাগী। দুয়োৰে স্বাস্থ‍্যৰ উন্নতি কামনা অনুৰাগীৰ। মহাৰাষ্ট্ৰৰ স্বাস্থ‍্য মন্ত্ৰীয়ে জনাইছে অমিতাভ বচ্চন বর্তমান সুস্থ। উল্লেখযোগ‍্য যে ক’ৰোনাৰ এই সময়ছোৱাত ঘৰতে আছিল অমিতাভ বচ্চন। ঘৰত থাকিয়েই ভিডিঅ’ শ্বুট কৰিছিল বিগ বিয়ে। বিগ বিগয়ে শেহতীয়াকৈ অভিনয় কৰি আছিল ‘ব্ৰহ্মাস্ত্ৰ’ত। য’ত আলিয়াভাট আৰু ৰণবীৰ কাপুৰেও অভিনয় কৰিছে। অমিতাভ বচ্চনৰ দুটাকৈ বাসগৃহ জলসা আৰু প্ৰতীক্ষা প্ৰশাসনে ছেনিটাইজ কৰিছে। ভাৰতত ক’ৰোনা আক্ৰান্ততৰ তালিকাৰ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ। শনিবাৰে মহাৰাষ্ট্ৰত ২ লাখ ৩৮ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে। মৃত‍্যুৰ সংখ‍্যা হৈছেগৈ ৯,৮৯৩ গৰাকী। অমিতাভ-অভিষেকৰ পূর্বে কৰণ জহৰ, জাহ্নবী কাপুৰ ক’ৰোনাত আক্ৰান্ত হৈছিল। অভিনেত্ৰী ৰেখাৰ ঘৰত এগৰাকী পৰিচাৰিকা ক’ৰোনাত আক্ৰান্ত হোৱাত ৰেখাৰ বাসগৃহও চীল কৰি দিয়া হৈছে। মুঠতে এতিয়া বলীউডত ক’ৰোনাতংক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amitav bacchanBollywoodcovid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND
বিনোদন

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

August 5, 2026
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল
বিনোদন

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

August 5, 2026
Next Post
এটা মাস্কৰ দাম ৪ লাখ টকা

এটা মাস্কৰ দাম ৪ লাখ টকা

অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰত ৰংঘৰৰ সন্মুখত ঐক্য সেনা অসমৰ  প্ৰতিবাদ

অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰত ৰংঘৰৰ সন্মুখত ঐক্য সেনা অসমৰ প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.