• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব অত্যাধুনিক সুবিধাসম্পন্ন ভিষ্টাদ’ম ৰে’ল সেৱা

5 years ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

14 minutes ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

39 minutes ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

55 minutes ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

1 hour ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

2 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

3 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

4 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

5 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব অত্যাধুনিক সুবিধাসম্পন্ন ভিষ্টাদ’ম ৰে’ল সেৱা

editor by editor
August 27, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব অত্যাধুনিক সুবিধাসম্পন্ন ভিষ্টাদ’ম ৰে’ল সেৱা
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব পৰ্যটকৰ বাবে বিশেষ সুবিধাসম্পন্ন ভিষ্টাদ’ম ৰে’ল সেৱা৷ গুৱাহাটী আৰু নিউ হাফলংৰ মাজত চলিব এই ৰে’ল সেৱা৷ অত্যাধুনিক সুবিধাসম্পন্ন এই বিশেষ ৰে’ল সেৱাৰ জৰিয়তে অসমলৈ অহা পৰ্যটকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই৷ অসমৰ লগতে পশ্চিম বংগত শনিবাৰৰ পৰা আৰম্ভ হ’ব এই ভিষ্টাদ’ম ৰে’ল সেৱা৷ ৪৪গৰাকী যাত্ৰীৰে প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ হ’ব ৰে’ল সেৱা৷ প্ৰথম অৱস্থাত সপ্তাহত দুদিনকৈ অৰ্থাৎ বুধবাৰ আৰু শনিবাৰে উপলব্ধ হ’ব এই সুবিধা৷ গুৱাহাটীত পুৱা ৬.৩৫ বজাত যাত্ৰা আৰম্ভ হৈ ১১.৫৫ বজাত নিউ হাফলঙত উপস্থিত হ’ব৷ উন্নতমানৰ প্ৰযুক্তিৰে নিৰ্মিত এই ৰে’লত যাত্ৰাৰ সময়ত যাত্ৰীসকলে নিজৰ আসন ৩৬০ ডিগ্ৰী ঘূৰাই উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্য্য৷ অসমৰ পৰ্যটন ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱাৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰম্ভ কৰিছে এই বিশেষ ৰে’ল সেৱা৷ যাত্ৰীৰ মনোৰঞ্জনৰ বাবে ৱাইফাইৰ সুবিধা আৰু সুৰক্ষাৰ বাবে CCTV কেমেৰা, ফায়াৰ এলাৰ্মৰ ব্যৱস্থা আছে ৰে’লত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24northeast frontier railwayspecial vistadome train
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

Next Post
অলিম্পিকত ভেজাল মেডেল, এমাহ নহওতেই এৰাই গৈছে পদকৰ ওপৰৰ ধাতু

আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৫সংখ্যক তিৰোভাৱ তিথি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন