• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সময়ে সকলো কথা ক’ব’- কৰফাঁকি অভিযোগৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছনু ছুডে

‘সময়ে সকলো কথা ক’ব’- কৰফাঁকি অভিযোগৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছনু ছুডে

5 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

5 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

5 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

5 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

6 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

6 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

7 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

8 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

9 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

9 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

10 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

11 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘সময়ে সকলো কথা ক’ব’- কৰফাঁকি অভিযোগৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছনু ছুডে

editor by editor
September 20, 2021
in অপৰাধ, গুৱাহাটী, বিনোদন, ভাৰত
0
‘সময়ে সকলো কথা ক’ব’- কৰফাঁকি অভিযোগৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছনু ছুডে
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শেহতীয়াকৈ টুইটাৰৰ ট্ৰেণ্ডিঙত #ScamSood৷ শেহতীয়াকৈ আয়কৰ বিভাগে ছনু ছুডৰ মুম্বাইৰ বাসগৃহত তালাচী চলোৱাৰ পাছত প্ৰায় ২০ কোটি টকাৰ কৰফাঁকিৰ অভিযোগ উত্থাপন কৰে অভিনেতাগৰাকীৰ বিৰুদ্ধে৷ ঘটনাৰ সন্দৰ্ভত সোমবাৰে আয়কৰ বিভাগৰ অভিযোগ নসাৎ কৰিছিল আৰু এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিল ছনু ছুডে৷ কিন্তু অৱশেষত মুখ খুলিলে অভিনেতাগৰাকীয়ে৷ টুইটযোগে তেওঁ আত্মসমৰ্থনত এটা প’ষ্ট শ্বেয়াৰ কৰে৷  তেওঁ কয়, ‘স্পষ্টীকৰণ দিয়াৰ কোনো প্ৰয়োজন নাই, সময়ে সকলো ক’ব’৷

“सख्त राहों में भी आसान सफर लगता है,
हर हिंदुस्तानी की दुआओं का असर लगता है” 💕 pic.twitter.com/0HRhnpf0sY

— sonu sood (@SonuSood) September 20, 2021

উল্লেখ্য, অভিনেতাগৰাকীৰ বিৰুদ্ধে ২০ কোটিৰ কৰফাঁকিৰ উপৰিও চেৰিটি সংস্থাৰ জৰিয়তে অবৈধভাৱে বিদেশী দাতাৰ পৰা টকা সংগ্ৰহ কৰি Foreign Contribution (Regulation) Act উলংঘনৰো অভিযোগ উত্থাপন হৈছে ছনু ছুডৰ বিৰুদ্ধে৷ ছনু ছুডক কটাক্ষ কৰি মিম শ্বেয়াৰ কৰিছে অনুৰাগীসকলেও৷ সম্প্ৰতি ছ’ছিয়েল মিডিয়াত #ScamSoodৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমৰ্থক তথা অনুৰাগীসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #scamsoodasom live 24assam live 24axom live 24sonu soodtax evasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
Next Post
মহিলা নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

মহিলা নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

বিদ্ৰোহৰ অগনি নিৰ্বাপণৰ দিশে কাৰ্বিভূমি

বিদ্ৰোহৰ অগনি নিৰ্বাপণৰ দিশে কাৰ্বিভূমি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.